ETV Bharat / state

শিহৰণকাৰী! ট্ৰাকৰ তলত পৰি জীৱন্তে উদ্ধাৰ পথচাৰী

author img

By

Published : Dec 5, 2019, 2:52 PM IST

বশিষ্ঠ মন্দিৰৰ পৰা বেলতলা সংযোগী ৰাজপথত ট্ৰাকৰ তলত পৰিল পথচাৰী ৷ পথচাৰী ওপৰেৰে পাৰ হ'ল ট্ৰাক ৷ গুৱাহাটী মহানগৰীৰ নতুন বজাৰত সংঘটিত হ'ল এই ঘটনা ৷ কিন্তু আচৰ্জনকভাবে ট্ৰাকৰ তলত পৰা পাচতো জীবন্তে উদ্ধাৰ হ'ল পথচাৰীজন

গুৱাহাটী
শিহৰণকাৰী! ট্ৰাকৰ তলত পৰি জীৱন্তে উদ্ধাৰ পথচাৰী

গুৱাহাটী, 5 ডিচেম্বৰঃ মহানগৰীৰ চিচিটিভি কেমাৰাত বন্দী হ'ল এক শিহৰণকাৰী দৃশ্য ৷ বশিষ্ঠ মন্দিৰৰ পৰা বেলতলা সংযোগী ৰাজপথত ট্ৰাকৰ তলত পৰিল পথচাৰী ৷ পথচাৰী ওপৰেৰে পাৰ হ'ল ট্ৰাক ৷ গুৱাহাটী মহানগৰীৰ নতুন বজাৰৰ সংঘটিত হ'ল এই ঘটনা ৷ কিন্তু আশ্বৰ্যজনকভাৱে ট্ৰাকৰ তলত পৰাৰ পাচতো জীৱন্তে উদ্ধাৰ হ'ল পথচাৰীজন ৷ 30 নৱেম্বৰ শনিবাৰে সংঘটিত হৈছিল এই ঘটনা ৷

গুৱাহাটী
শিহৰণকাৰী! ট্ৰাকৰ তলত পৰি জীৱন্তে উদ্ধাৰ পথচাৰী

মহানগৰীৰ নতুন বজাৰৰ বাসিন্দা বিকি বাছফৰ নামৰ পথচাৰীজনে পথ অতিক্ৰম কৰা সময়ত ট্ৰাকখন ৰখাবলৈ অনুৰোধ জনাইছিল যদিও চালকে পথচাৰীজনক নেদেখি ট্ৰাকখন চলাই নিয়ে চালকজনে ৷ কিন্তু ট্ৰাকখনৰ তলত পৰা পাচতো সৌভাগ্যক্ৰমে ৰক্ষা পৰে পথচাৰীজন ৷

শিহৰণকাৰী! ট্ৰাকৰ তলত পৰি জীৱন্তে উদ্ধাৰ পথচাৰী

আৰু পঢ়কঃ প্ৰাণৰ সংশয়ত ভুগিছে মাজুলীৰ এজন সত্ৰাধিকাৰ

Intro:ৰাখে হৰি মাৰে কনো …


শিহৰন কাৰী দৃশ্য বন্দী ।বহি ৰাজ্য বা বহি দেশৰ নহয় গুৱাহাটী মহানগৰীৰ নতুন বজাৰৰ ।


বশিষ্ঠ মন্দিৰৰ পৰা বেলতলা লৈ সংযোগী ৰাজপথত ট্ৰাকৰ তলত পথচাৰী…………

আচাৰ্যজনক ভাবে জীবন্তে উদ্বাৰ পথচাৰী জন ।

পথচাৰী জনৰ নাম বিকি বাছফৰ ঘৰ নতুন বজাৰত ।
৩০ তাৰিখ শনিবাৰৰ দৃশ্য ।


পথচাৰী জনৰ ওপৰেৰে পাৰ হয় গল ট্ৰাক খন

ট্ৰাক খন ৰখাবলৈ অনুৰোধ জনাইছিল যদিও চালকে দিলে উঠাইBody:Guwahati Conclusion:Asrar Ansari
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.