ETV Bharat / state

পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা পতাকা

author img

By

Published : Feb 12, 2019, 6:34 PM IST

এই প্ৰৰ্যন্ত চাৰিখনকৈ পতাকা ফাটিল গান্ধী মণ্ডপত

পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা পতাকা

গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা পতাকা। মাত্ৰ কেইটামান মাহৰ ভিতৰতে ফাটিল চাৰিখনকৈ পতাকা।

পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা পতাকা
২ অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তোলন কৰিছিল ৩১৯.৫ ফুট উচ্চতাৰ ভাৰতৰ তৃতীয় বৃহৎ এই জাতীয় পতাকা খন। প্রায় তিনি কোটি টকা ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰ গ্ৰহণ কৰিছিল এই প্ৰকল্প।
Intro:পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা চতুৰ্থ খন পতাকা।





Body:পুনৰ ফাটিল গান্ধী মণ্ডপত লগোৱা তৃতীয় খন পতাকা। ২ অক্টোবৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উত্তোলন কৰিছিল ৩১৯.৫ ফুট উচ্চতাৰ ভাৰতৰ তৃতিয় বৃহৎ এই জাতীয় পতাকা খন। প্রায় তিনি কোটি টকা ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰ গ্ৰহণ কৰিছিল এই প্ৰকল্পৰ। আজি লয় ফেটিল গান্ধী মণ্ডপত লগোৱা ৪ খনকৈ পতাকা।





Conclusion:Asrar Ansari গুৱাহাটী


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.