ETV Bharat / state

Cabinet Meeting in Delhi: হঠাৎ অসমৰ সকলো মন্ত্ৰীকে দিল্লীলৈ তলৱ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Dec 30, 2022, 4:33 PM IST

Updated : Dec 31, 2022, 8:55 AM IST

দিল্লীত শনিবাৰে জৰুৰী কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ৷ সকলো মন্ত্ৰীকে শনিবাৰে দিল্লীত উপস্থিত হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ(Cabinet Meeting in Delhi) ৷

Cabinet Meeting in Delhi
দিল্লীত অসমৰ কেবিনেট

  • দিল্লীত অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ বছৰৰ শেষখন কেবিনেট বৈঠক (Assam Cabinet Meeting)
  • শনিবাৰে দিল্লীত অনুষ্ঠিত হ'ব জৰুৰী কেবিনেট বৈঠক(Cabinet Meeting in Delhi)
  • কেইবাদিনৰ কাৰ্যসূচী লৈ ইতিমধ্যে অসমৰ বাহিৰত আছে মুখ্যমন্ত্ৰীগৰাকী
  • অসমৰ সকলো মন্ত্ৰীক জৰুৰীভাৱে দিল্লীলৈ মাতি পঠিয়াইছে মুখ্যমন্ত্ৰী ড° শৰ্মাই (CM Himanta Biswa Sarma)
  • ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে সকলো মন্ত্ৰী
  • শনিবাৰে 10.30 বজাত মন্ত্ৰীসকলৰে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী
  • সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা
  • কাইলৈ অৰ্থাৎ শনিবাৰে সন্ধিয়ালৈ মন্ত্ৰীসকলৰ সৈতে গুৱাহাটীলৈ ঘূৰি আহিব মুখ্যমন্ত্ৰী
Last Updated :Dec 31, 2022, 8:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.