ETV Bharat / state

তিতাবৰ পথ দূৰ্ঘটনাঃ নিহত এক

author img

By

Published : May 7, 2019, 5:34 PM IST

তিতাবৰত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী লোক

তিতাবৰ পথ দূৰ্ঘটনাঃ নিহত এক

তিতাবৰ, 7 মেঃ তিতাবৰ তিনি আলিৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী লোক ৷ AS-03R-9361 নম্বৰৰ বাইকেৰে আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ লাইট পোষ্টত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷

তিতাবৰ পথ দূৰ্ঘটনাঃ নিহত এক

তিতাবৰ গ্ৰীণ ফিল্ডৰ সমীপত তিনি আলিত সংঘটিত পথ দুৰ্ঘটনাটোত সঞ্জীৱ হাজৰিকা নামৰ লোকজন গুৰুতৰভাৱে আহত হয় ৷ গুৰুতৰভাৱে আহত সঞ্জীৱ হাজৰিকাক ততালিকে তিতাবৰ মহকুমা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ নিহত সঞ্জীৱ হাজৰিকাৰ ঘৰ তিতাবৰ তেলিয়াপঠিত বুলি জানিব পৰা গৈছে ৷

Intro:তিতাবৰ শোকাবহ পথ দূৰ্ঘটনা নিহত হল এজন As03R 9361 গ্লেমাৰ বাইক তীব্ৰ বেগত আহি থকা অবস্থাত নিয়ন্ত্রণ হেৰুৱাই ষ্টিক লাইটৰ পুষ্ট খোন্দা মৰা ফলত এই দূৰ্ঘটনা সংগঠিত হয়।নিহত লোক জনৰ নাম সঞ্জীৱ হাজৰিকা ।Body:তিতাবৰ গ্ৰীণ ফিল্ড সমীপত সংগঠিত হয় পথ দূৰ্ঘটনা । নিহত লোকজনৰ ঘৰ তিতাবৰ তেলিয়া পঠিত নিহত লোক জনৰ নাম সঞ্জীৱ হাজৰিকা । সঞ্জীৱ হাজৰিকা তিতাবৰ মহকুমা চিকিৎসা লয় নিয়া হয় কিন্তু চিকিৎসা মৃত ঘোষণা কৰে । Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.