ETV Bharat / state

Rhinoceros at Teok : টীয়কৰ হাতীশালাত গঁড়ৰ মুক্ত বিচৰণত আতংকিত অঞ্চলবাসী

author img

By

Published : Dec 31, 2022, 1:51 PM IST

পুনৰ টীয়কৰ জাঁজীমুখৰ হাতীশালত গঁড়ৰ মুক্ত বিচৰণ (Rhino at Teok)। শুকুৰবাৰে পুৱাই টীয়কৰ ঢেকীয়াখোৱাত মুক্ত বিচৰণ কৰিছিল দুটাকৈ গঁড়ে ৷

Wild elephant terror in Teok
টীয়কৰ হাতীশালাত গঁড়ৰ মুক্ত বিচৰণ

টীয়কৰ হাতীশালাত গঁড়ৰ মুক্ত বিচৰণ
  • টীয়কত অব্যাহত আছে গঁড়ৰ ত্ৰাস (Rhino terror at Teok)
  • শুকুৰবাৰে পুৱাই জিলাখনৰ ঢেকীয়াখোৱাত মুক্ত বিচৰণ কৰা দেখিবলৈ পোৱা গৈছিল দুটা গঁড়ে
  • বন বিভাগৰ লোক উপস্থিত হৈ এটা গঁড়ক খেদি পঠিয়ায় কাজিৰঙাৰ দিশে (Kaziranga National Park)
  • আনটো গঁড়ক এতিয়াও খেদি পঠিয়াবলৈ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ
  • গঁড়টোৱে হাতীশালাত মুক্ত বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে
  • আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.