Journalist Suicide: যোৰহাটত নিউজ প’ৰ্টেলত কৰ্মৰত সাংবাদিকৰ আত্মহত্যা

author img

By

Published : Nov 10, 2022, 1:28 PM IST

Journalist suicide case in Jorhat

যোৰহাটত বুধবাৰে নিশা এটা প’ৰ্টেলত কৰ্মৰত এগৰাকী সাংবাদিকে আত্মহনন কৰে ৷ নিজ ভাড়াঘৰত চিপ লৈ আত্মহত্যা কৰে অক্সিপ্ৰিয়া দত্ত নামৰ যুৱতীগৰাকীয়ে (Journalist suicide case in Jorhat) ৷

  • যোৰহাটত এটা প’ৰ্টেলত কৰ্মৰত সাংবাদিকৰ আত্মহত্যা
  • আত্মহত্যা কৰাৰ সাংবাদিকগৰাকীৰ নাম অক্সিপ্ৰিয়া দত্ত
  • বুধবাৰে নিশা যোৰহাটৰ গিতাৰ্থী পইন্টৰ সমীপত থকা এটা ভাড়াঘৰত চিপ লৈ আত্মহত্যা অক্সিপ্ৰিয়াৰ
  • আত্মহত্যাৰ পূৰ্বে এগৰাকীৰ ৰাজনৈতিক নেতাক আত্মহত্যা কৰাৰ কথা ফোনযোগে কৰিছিল অৱগত
  • ৰাজনৈতিক নেতাগৰাকীয়ে যোৰহাট আৰক্ষীক অৱগত কৰিছিল এই কথা
  • বুধবাৰে দিনত যোৰহাটৰ ভাড়াঘৰলৈ আহি আৰক্ষীয়ে আত্মহত্যা সন্দৰ্ভত কাউন্সেলিং দিছিল অক্সিপ্ৰিয়াক
  • ঘটনা সন্দৰ্ভত ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে যোৰহাট আৰক্ষীয়ে
  • যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.