ETV Bharat / state

যোৰহাটৰ আছুৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

author img

By

Published : Jan 28, 2020, 1:51 PM IST

সময় থাকোতেই গুৰুত্ব নিদিলে ফুটপাথলৈ আহিব বিজেপি চৰকাৰ ।

jorhat assu protest aginest CAA
যোৰহাটৰ আছুৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

যোৰহাট, 28 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গণ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোৰহাটৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ লগতে সচেতন নাগৰিকে। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। যোৰহাট আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জন ভূঞাই তীব্ৰ ভাষাৰে বিজেপি চৰকাৰত সমালোচনা কৰি কয় যে,সময় থাকোতেই অসমৰ ৰাইজৰ প্ৰতিবাদী ভাষা বুজি উঠক অন্যাথা বিজেপি চৰকাৰ গাদীৰ পৰা ফুটপাথলৈ আহাৰ সময় সমাগত।

যোৰহাটৰ আছুৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

লগতে পঢ়কঃ মাজুলীত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মান অংগনবাদী কেন্দ্ৰঃ দেশজুৰি চৰ্চা

Intro:সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।।

সময় থাকোতেই গুৰুত্ব দিয়ক,অন্যথা ফুটপাথলৈ বিজেপি চৰকাৰ।।


Body:নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্হাৰ আহ্বানত জনোৱা গণ বিক্ষুভ কায্যসুচিত অংশগ্ৰহণ যোৰহাটৰ বিভিন্ন মহাবিদ্যালয় ছাত্র ছাত্ৰী লগতে সচেতন নাগৰিকৰ।সমগ্ৰ ৰাজ্যখনৰ লগতে যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
যোৰহাট আঞ্চলিক ছাত্র সন্হাৰ সভাপতি অৰ্জন ভূঞাই তীব্ৰ ভাষাৰে বিজেপি চৰকাৰত সমালোচনা কৰি কয় সময় থাকোতেই অসমৰ ৰাইজৰ প্ৰতিবাদী ভাষা বুজি উঠক অন্যাথা বিজেপি চৰকাৰ গাদীৰ পৰা ফুটপাথলৈ আহিব।
byte:-অৰ্জন ভূঞা(সভাপতি, আঞ্চলিক ছাত্র সন্হা)


Conclusion:নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱালৈকে ৰাজ্যখনৰ পৰিৱেশ পৰিস্থিতি শান্ত নহয় সেয়া নিশ্চিত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.