ETV Bharat / state

টীয়কত ৰাজপথতেই বাগৰিল ডিজেল পৰিবাহী টেংকাৰ

author img

By

Published : Jun 12, 2019, 8:46 AM IST

Updated : Jun 12, 2019, 9:40 AM IST

ৰাজপথতেই তেল বাগৰি পৰাৰ ফলত যিকোনো মুহূৰ্ততে হ'ব পৰা আসন্ন বিপদত শংকিত হৈ পৰিছে স্থানীয় লোক৷

টীয়কত ৰাজপথতেই বাগৰিল ডিজেল পৰিবাহী টেংকাৰ

টীয়ক,12জুনঃ

  • টীয়কৰ জগদুৱাৰত ৰাজপথত ডিজেল পৰিবাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত
  • টীয়কৰ জগদুৱাৰৰ দলংৰ সমীপত সংঘটিত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা
  • নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ দাঁতিত বাগৰি পৰে ডিগবৈৰ পৰা গোলাঘাট দিশে গৈ থকা AS 03 D 1967 নম্বৰৰ ডিজেল পৰিবাহী টেংকাৰখন
    টীয়কত ৰাজপথতেই বাগৰিল ডিজেল পৰিবাহী টেংকাৰ
  • টেংকাৰ খনৰ পৰা নিৰ্গত হৈ আছে ডিজেল
  • ৰাজপথতেই তেল বাগৰি পৰাৰ ফলত যিকোনো মুহূৰ্ততে হ'ব পৰা আসন্ন বিপদত শংকিত হৈ পৰিছে স্থানীয় লোক
  • ঘটনাস্থলীত ইতিমধ্যেই উপস্থিত হৈছে আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনী
Intro:Body:টীয়কৰ জগদুৱাৰত ৰাজপথত ডিজেল পৰিৱাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত
TEOK:টীয়কৰ জগদুৱাৰৰ দলংৰ সমীপত সংঘটিত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ ডিগবৈৰ পৰা গোলাঘাট দিশে গৈ থকা এখন ডিজেল পৰিৱাহী AS 03 D 1967 টেংকাৰে এটা গৰুক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ দাঁতিত বাগৰি পৰাৰ ফলত টেংকাৰখনৰ পৰা ৰাজপথত ডিজেল পৰি যায় ৷ ঘণ্টা ঘণ্টা জুৰি তেল পৰাৰ ফলত যিকোনো মূহুৰ্তত দুৰ্ঘটনাৰ আশংকা কৰিছে স্হানীয় ৰাইজে ৷অৱশ্যে ইতিমধ্যে টীয়ক আৰক্ষী উক্ত স্হানত উপস্থিত হৈ সস্তম কৰি ৰাখিছে অগ্নি নিৰ্বাপক বাহিনী।ঘটনাটোত চালকজন কিছু আঘাতপ্ৰাপ্ত হৈছে ।Conclusion:
Last Updated : Jun 12, 2019, 9:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.