ETV Bharat / state

লামডিং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰৰ ভোট দান

author img

By

Published : Apr 1, 2021, 3:39 PM IST

পূৰ্ণগতিত চলিছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ বৃহস্পতিবাৰে হোজাইৰ ৯২ নং লামডিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বপন কৰে সাব্যস্ত কৰে ভোটাধিকাৰ ।

লামডিং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰৰ ভোট দান
লামডিং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বপন কৰৰ ভোট দান

হোজাই,১ এপ্ৰিল: পূৰ্ণগতিত চলিছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ বৃহস্পতিবাৰে হোজাইৰ ৯২ নং লামডিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্বপন কৰে সাব্যস্ত কৰে ভোটাধিকাৰ ।

লামডিঙৰ হৰুলংফাৰ মধ্য ইংৰাজী বিদ্যালয়ত ভোটদান কৰে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷ ভোটদান কৰিয়েই স্বপন কৰে এইবাৰ লামডিং সমষ্টিত কংগ্ৰেছৰ জয় হোৱাটো একেবাৰে নিশ্চিত বুলি মন্তব্য কৰে । উল্লেখ্য যে, ৰাজ্যত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত মুঠ ৩৯ টা সমষ্টিৰ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰ ৬৩১ জন ভোটাৰে । মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১০,৫৯২ টা ।

লগতে পঢ়ক: নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.