ETV Bharat / state

হোজাইত পুনৰ ৪ (চাৰি) জন যুৱকৰ দেহত COVID-19+

author img

By

Published : May 28, 2020, 1:11 PM IST

হোজাইৰ লংকাত কোৱাৰেন্টাইন হৈ থকা ১৪ জনৰ ভিতৰত ৪ জন যুৱকৰ দেহত কভিড19+ত আক্ৰান্ত হয় ৷ ইতিমধ্যে যুৱক কেইজনক নিশাৰ ভিতৰতে নগাঁও ভোগেশ্বৰী ফুকননি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগৰ লোকে ৷

ETV BHARAT
হোজাইত পুনৰ ৪ যুৱকৰ দেহত COVID-19+

হোজাই, 28মেঃ হোজাই জিলা লংকাত পুনৰ ৪ যুৱক COVID-19+ত আক্ৰান্ত হয় ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে আক্ৰান্ত চাৰিজনকে নগাঁও ভোগেশ্বৰী ফুকননি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে ৷

4 new COVID-19+ Case in Hojai district
হোজাইত পুনৰ ৪ যুৱকৰ দেহত COVID-19+

হোজাই জিলা লংকাত স্বাস্থ্য বিভাগৰ অধীনত কোৱাৰেন্টাইন হৈ থকা 4 জন যুৱক Covid19+ত আক্ৰান্ত হয় ৷ উল্লেখ্য যে, ১৪ জন যুৱক কোৱাৰেন্টাইন হৈ আছিল ৷ তেঁওলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত 14 জনৰ ভিতৰত 4 জন যুৱকৰ দেহত কৰণা পজিটিভ ধৰা পৰে ৷কৰণা পজিটিভত আক্ৰান্ত যুৱক কেইজনৰ হল ক্ৰমে ইকবাল হুছেইন,আব্দুল ৰহিম,হবিবুৰ ৰহমান আৰু জৈনাল হক। ইতিমধ্যে আক্ৰান্ত যুৱক কেইজনক নিশাৰ ভিতৰতে নগাঁও ভোগেশ্বৰী ফুকননি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগৰ লোকে ৷

লগতে পঢ়ক- গোলাঘাটত উপস্থিত 300ৰো অধিক বহিঃৰাজ্যৰ যাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.