ETV Bharat / state

হাইলাকান্দিত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

author img

By

Published : Nov 29, 2020, 4:00 PM IST

দীৰ্ঘদিন ধৰি পথটো মেৰামতিৰ বাবে স্থানীয় লোকে বাৰম্বাৰ স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই অহাৰ পাছতো পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

hailakandi local people protest for reconstruction of road
হাইলাকান্দিত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

হাইলাকান্দি, 29 নৱেম্বৰ: হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিত দেওবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে ৷ আলগাপুৰ সমষ্টিৰ সিবুত্তৰ আব্বাছ আলি ৰোডটো পুনৰ নিৰ্মাণ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে ৷ দীৰ্ঘদিন ধৰি পথটো মেৰামতিৰ বাবে স্থানীয় লোকে বাৰম্বাৰ স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই অহাৰ পাছতো পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

হাইলাকান্দিত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

স্থানীয় লোকে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে পথটো মেৰামতিৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে ৰাইজে ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.