ETV Bharat / state

Road Accident in Golaghat: ডাম্পাৰ আৰু স্কুটিৰ সংঘৰ্ষত থিতাতে নিহত এজন

author img

By

Published : Feb 23, 2022, 4:39 PM IST

Updated : Feb 23, 2022, 5:22 PM IST

গোলাঘাটত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন এজন লোক ৷ ডাম্পাৰ আৰু স্কুটিৰ মাজৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

Road Accident in Golaghat
ডাম্পাৰ আৰু স্কুটিৰ সংঘৰ্ষত থিতাতে নিহত এজন

গোলাঘাট, 23 ফেব্ৰুৱাৰী: গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগ্ৰোঙত ভয়াবহ পথ দুৰ্ঘটনা (Road accident in Golaghat) ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোকৰ ৷

ডাম্পাৰ আৰু স্কুটিৰ সংঘৰ্ষত থিতাতে নিহত এজন

AS05 AC 1091 নম্বৰৰ এখন বালিভৰ্তি ডাম্পাৰ আৰু AS05 H 3984 নম্বৰৰ এখন স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত শংকৰ শৰ্মা নামৰ এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এজন যুৱক ।

আহত যুৱকজনক সংকটজনক অৱস্থাত বিবেকানন্দ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: শিৱসাগৰত পথ দুৰ্ঘটনা থিতাতে নিহত 1 জন: আহত 10 জন

Last Updated : Feb 23, 2022, 5:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.