ETV Bharat / state

গোলাঘাট পথ দুৰ্ঘটনা, 3 আহত

author img

By

Published : May 3, 2019, 5:38 PM IST

স্কুটী চলাই যোৱা জনে হেডফোন লগাই গান শুনি অত্যাধিক বেগত চলোৱাৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি জনা যায় প্ৰত্যক্ষদৰ্শীয়ে ।

গোলাঘাট পথ দুৰ্ঘটনা, 3 আহত

গোলাঘাট, 3 মে': গোলাঘাটৰ চক্ৰধৰাত পথ দুৰ্ঘটনা । বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি গৰাকী ব্যক্তি । আহত তিনিও গৰাকীক সংকটজনক অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ফৰকাটিংৰ দিশৰ পৰা নতুন পঞ্জীয়ন বিহীন নতুন হিৰ' পেছন প্ৰ' মটৰ চাইকেল খনৰ সৈতে গোলাঘাটৰ দিশৰ পৰা যোৱা বাবু আলি বুলবুল আলি যোৱা স্কুটী খনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত স্কুটীখন ভাগি চুৰমাৰ হয় ।

etv bharat assam
গোলাঘাট পথ দুৰ্ঘটনা, 3 আহত

আনহাতে, স্কুটী চালক গৰাকীয়ে কাণত হেডফোন লগাই অত্যাধিক বেগত যোৱাৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰত্যক্ষদৰ্শীৰ ।

গোলাঘাট পথ দুৰ্ঘটনা, 3 আহত
Intro:গোলাঘাটৰ চক্ৰধৰাত পথ দুৰ্ঘটনা । দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ ভাৱে আহত তিনি গৰকী । গোলাঘাট ফৰকাটিং পথত সংঘটিত এই দুৰ্ঘটনাত বুদ্ধ দাসৰ নতুন পঞ্জীয়ন বিহীন মটৰ চাইকেল খনৰ সৈতে বুলবুল আলিৰ মটৰ চাইকেল খনৰে মুখামুখি সংঘৰ্ষ হয় । এই ঘটনাত স্কুটি খন সম্পূৰ্ণ ৰূপে ভাঙি ছুৰমাৰ হয় । গুৰুতৰ ভাৱে আহত তিনিও গৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি ফৰকাটিংৰ দিশৰ পৰা নতুন পঞ্জীয়ন বিহীন নতুন হিৰ পেছন প্ৰ মটৰ চাইকেল খনৰ সৈতে গোলাঘাটৰ দিশৰ পৰা যোৱা বাবু আলি বুলবুল আলি যোৱা স্কুটি খনৰ সৈতে মুখিমুখি সংঘৰ্ষ লগাত স্কুটিখন ভাগি চুৰমাৰ হয় । এই ঘটনাত মুঠ তিনিজন আহত হয় ইয়াৰে এজনৰ অৱস্থা সংকট জনক । স্কুটি চলাই যোৱা জনে হেডফোন লগাই গান শুনি অত্যাধিক বেগত চলোৱাৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি জনা যায় ।


Body:Byte_1_প্ৰত্যক্ষদৰ্শী
Byte_2_আৰক্ষী
Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ,ETV BHARAT, অসম
8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.