ETV Bharat / state

গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Sep 28, 2020, 2:59 PM IST

কৃষক বিৰোধী আইন বাতিল আৰু অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷ বিজেপি চৰকাৰ গ' বেক,সৰ্বানন্দ সোণোৱাল মূর্দাবাদ শ্লগানৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ সদস্য়সকলে ।

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

গোলাঘাট, 28 ছেপ্টেম্বৰ : গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ । কৃষক বিৰোধী আইন বাতিল আৰু অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৷

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ
অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত। কেন্দ্ৰীয় চৰকাৰ হায় হায়,বিজেপি চৰকাৰ গ' বেক,সৰ্বানন্দ সোণোৱাল মূর্দাবাদ শ্ল'গানৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ সদস্য়সকলে ।

লগতে পঢ়ক : বিটিচিত গুপ্ত নহয়, মুক্ত হত্যা চলেঃ এবিএমছু


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.