ETV Bharat / state

Anti Drugs Mission at Namrup: নামৰূপত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Oct 28, 2022, 10:44 PM IST

নামৰূপত ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক (Drugs peddler arrested at Namrup)৷

নামৰূপত নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
নামৰূপত নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

  • নামৰূপত ড্ৰাগছ বিৰোধী অভিযান
  • ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে ড্ৰাগছসহ আটক কৰে দুই সৰবৰাহকাৰীক (Drugs peddler arrested at Namrup)
  • অভিযান কালত জব্দ ১৩ গ্ৰাম নিষিদ্ধ হেৰ'ইন (Drugs seized at Namrup)
  • ধৃত দুই সৰবৰাহকাৰীৰ নাম ৰাতুল চেতিয়া (২২) আৰু পৰেশ গগৈ (৩০)
  • এখন স্কুটী, এটা মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে
  • ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ বিৰুদ্ধে এন ডি পি এচ আইনৰ ২১ বি/২৯ ধাৰাৰ অধীনত ৮৭/২২ নম্বৰত গোচৰ ৰুজু
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.