বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ

author img

By

Published : Sep 22, 2022, 9:47 PM IST

Updated : Sep 22, 2022, 10:05 PM IST

House destroyed in wild elephant attack in Dibrugarh

ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত হাতী মানুহৰ সংঘাত (Wild elephant attack) ৷ এইবাৰ ডিব্ৰুগড় জিলাৰ সাৰ নগৰী নামৰূপত বন্যহস্তীৰ আতংক ৷ বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ ৷

  • ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত হাতী মানুহৰ সংঘাত
  • এইবাৰ ডিব্ৰুগড় জিলাৰ সাৰ নগৰী নামৰূপত বন্যহস্তীৰ তাণ্ডৱ(Wild elephant attack)
  • বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ(House destroyed in wild elephant attack)
  • থাৰ্মেলৰ সমীপৰ যমুনা দেৱী নামৰ এগৰাকী মহিলাৰ বাসগৃহত বন্যহস্তীয়ে চলালে এই আক্ৰমণ
  • সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই যদিও ঘৰৰ আচবাব ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে বন্যহস্তীয়ে
  • নামৰূপ থাৰ্মেলৰ সমীপত প্ৰায়ে বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰি অহাৰ কথা উল্লেখ কৰিলে স্থানীয় ৰাইজে
  • এই ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে
    বন্যহস্তীৰ আক্ৰমণত সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হ’ল এটা বাসগৃহ
Last Updated :Sep 22, 2022, 10:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.