ETV Bharat / state

ডিব্ৰুগড় বিমান বন্দৰত তেৰচ গোৱালাক উষ্ম আদৰণি

author img

By

Published : Mar 5, 2021, 9:12 PM IST

প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাটৰ অৱসান ঘটাই প্ৰকাশ কৰা তালিকাত দুলীয়াজান সমষ্টিৰ বাবে পুনৰবাৰ তেৰচ গোৱালাক বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে বিজেপি কৰ্মী সকল ৷ মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পাচতে বিমান বন্দৰতে বিপুল আদৰণি জনালে গোৱালাৰ অনুগামী সকলে ৷

ডিব্ৰুগড় বিমান বন্দৰত তেৰচ গোৱালাক উষ্ম আদৰণি
ডিব্ৰুগড় বিমান বন্দৰত তেৰচ গোৱালাক উষ্ম আদৰণি

মৰাণ,5 মাৰ্চ: সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত বিজেপিয়ে ঘোষণা কৰিলে ৭০টা সমষ্টিৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা । প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাটৰ অৱসান ঘটাই প্ৰকাশ কৰা তালিকাত দুলীয়াজান সমষ্টিৰ বাবে পুনৰবাৰ তেৰচ গোৱালাক বিজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে বিজেপি কৰ্মী সকল ৷

গুৱাহাটীৰ পৰা ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পাচতে তেৰচ গোৱালাৰ অনুগামী সকলে বিমান বন্দৰতে বিপুল আদৰণি জনাই নিজ বাসগৃহলৈ লৈ যায় ৷


লগতে পঢ়ক: বিহপুৰীয়াত দুই মেৰুত অৱস্থান বিজেপি শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.