ETV Bharat / state

বিলাসীপাৰাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Mar 7, 2021, 10:58 PM IST

বিলাসীপাৰা পুৱ সমষ্টিক লৈ মিত্ৰজোঁটে যি ৰাজনীতি আৰম্ভ কৰিছে তাৰ প্ৰৰিপ্ৰেক্ষিতে বিলাসীপাৰাত বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচী হাতত লৈছে ৷

বিলাসীপাৰাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
বিলাসীপাৰাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা,7 মাৰ্চঃ বিলাসীপাৰা পুৱ সমষ্টিক লৈ মিত্ৰজোঁটে যি ৰাজনীতি আৰম্ভ কৰিছে তাৰ প্ৰৰিপ্ৰেক্ষিতে বিলাসীপাৰাত বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচী হাতত লৈছে । দেওবাৰে সন্ধিয়া বিলাসীপাৰাৰ সোনামুখীত কংগ্ৰেছীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত টাইয়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে শ শ প্ৰতিবাদী কংগ্ৰেছী কৰ্মীয়ে। এইআইইউডি এফ মুৰ্দাবাদ, পূৱ সমষ্টি কংগ্ৰেছক লাগিব আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বিলাসীপাৰাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

এই বাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলে জয়লাভ কৰাৰ প্ৰৱল সম্ভাৱনা থকা সমষ্টিটো এআইইউডিএফক এৰি দিয়া দিয়াত ক্ষোভৰ উদগীৰণ ঘটিছে সমষ্টিটোত । সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিদিলে ভয়ংকৰ পৰিস্থিতি সৃষ্টিৰ হ'ব হুংকাৰ দিয়ে প্ৰতিবাদী কৰ্মী সকলে ।

লগতে পঢ়কঃ প্ৰাৰ্থীত্ব লাভৰ পাছত গৃহ সমষ্টিত উপস্থিত আঙুৰলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.