ETV Bharat / state

বগীবিলত পথ দুৰ্ঘটনা, নিহত 2

author img

By

Published : Jan 13, 2020, 10:14 PM IST

ধেমাজিৰ বগীবিল দলঙৰ সমীপত পথ দুৰ্ঘটনা ৷ ডিব্ৰুগড়-তিনিচুকীয়া অভিমুখী তীব্ৰ বেগী আলট্ৰা বাছখনে মহতিয়াই নিয়ে ঘনকান্ত দাও আৰু হিৰণ্য পেগু নামৰ যুৱক দুজনক ৷

ধেমাজি
বগীবিলত পথ দুৰ্ঘটনা, নিহত 2

ধেমাজি, ১৩ জানুৱাৰীঃ ভোগৰ উৎসৱ আনন্দৰ প্ৰাকক্ষনত অঘটন ৷ সোমবাৰে বিয়লি ১ বজাত বগীবিল দলঙৰ সমীপত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত দুজন ৷ খবৰ অনুসৰি, AS-07-AC-6376 নম্বৰৰ লক্ষীমপুৰ পৰা ডিব্ৰুগড়-তিনিচুকীয়া অভিমুখী তীব্ৰ বেগী আলট্ৰা বাছখনে মহতিয়াই নিয়ে বাইক আৰোহী সহ মটৰচাইকেল ৷ ফলত মটৰচাইকেলত অহা ঘনকান্ত দাও আৰু হিৰণ্য পেগু নামৰ যুৱক দুজন থিতাতে নিহত হয় ৷

বগীবিলত পথ দুৰ্ঘটনা, নিহত 2

উল্লেখ্য যে, যুৱক দুজন বাইকেৰে স্থানীয় গাঁৱৰ পৰা উলাই আহিছিল ৷ বাইকেৰে ওলাই অহা সময়তে বাচখনে মটৰ চাইকেলখন মহতিয়াই বহুদুৰ লৈ চোচৰাই নিয়ে ৷ ফলত কৰুণভাৱে মৃত্যুক আকোৱালি লয় যুৱক দুজনে ৷

আৰু পঢ়কঃ যোৰহাটত থপিয়াই নিলে 4 লাখ, হাইলাকান্দিত ATM কাটি লুটি নিলে 27 লাখ

Intro:বগীবিল দলঙৰ পথত ভয়ংকৰ
দুৰ্ঘটনা |থিতাতে নিহত ২
Body:
ধেমাজি , ১৩ জানুৱাৰী : ভোগৰ উৎসৱ আনন্দৰ প্ৰাক’ক্ষনত সোমবাৰে বিয়লি ১ বজাত বগীবিল দলংৰ সমীপত ভয়ংকৰ পথ দুঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে As- 07AC - 6376 নম্বৰৰ লক্ষীমপুৰ পৰা ডিব্ৰুগড় - তিনিচুকীয়া অভিমুখী তীব্ৰ বেগী আলটা বাছখনে মহতিয়াই নিয়ে বাইক আৰোহী সহ মটৰচাইকেল ৷ফলত মটৰচাইকেলত
অহা
ঘনকান্ত দাও আৰু হিৰণ্য পেগু নামৰ দুগৰাকী যুৱক দুজন থিতাতে নিহত হয় ৷
| যুৱক দুজন বাইকেৰে স্থানীয় গাওঁৰ পৰা উলাই আহিছিল|
উল্লেখ্য যে বাচখনে মটৰ চাইকেলখন মহতিয়াই বহুদুৰ লৈ চোচৰাই নিয়াৰ ফলত কৰুণভাৱে মৃত্যুক আকোৱা্লি লয় ৷

pradunya Bharali , Dhemaji , assam . 13/1/2020Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.