ETV Bharat / state

ধেমাজিত উইংগাৰ-বাইকৰ মুখামুখি সংঘৰ্ষ , নিহত এক

author img

By

Published : Nov 24, 2019, 10:52 PM IST

দেওবাৰে সন্ধিয়া প্ৰায় ৬-৫০ বজাত ধেমাজিৰ মোলান বৈদ্যৰ পুত্ৰ স্বপন বৈদ্যই (২৯) তেওঁৰ পঞ্জীয়নবিহীন চুজুকি বাইকেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিলাপথাৰৰ পৰা ধেমাজিলৈ গৈ আছিল। উক্ত সময়তে এখন বিপৰীতমুখী এ এচ ০৫চি/৩৬৮১ উইংগাৰৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

ধেমাজিত উইংগাৰ-বাইকৰ মুখামুখি সংঘৰ্ষ , নিহত এক

ধেমাজি ,২৪ নৱেম্বৰঃ চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ধেমাজি চিৰিপাণিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন বাইক আৰোহী ৷ লগতে গুৰুতৰভাৱে আহত আন কেবাজনো । জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৬-৫০ বজাত ধেমাজিৰ মোলান বৈদ্যৰ পুত্ৰ স্বপন বৈদ্যই (২৯) তেওঁৰ পঞ্জীয়নবিহীন চুজুকি বাইকেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিলাপথাৰৰ পৰা ধেমাজিলৈ গৈ আছিল। উক্ত সময়তে এখন বিপৰীতমুখী এ এচ ০৫চি/৩৬৮১ উইংগাৰৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়। ফলত দুৰ্ঘটনাটোত বাইক আৰোহীগৰাকীৰ থিতাতে মৃত্যু হয়। তিনিচুকীয়াৰ পৰা লখিমপুৰলৈ বিবাহ যাত্ৰীসহ আহি তিনিচুকীয়াৰ দিশে উভতি অহাৰ পথত সংঘটিত হোৱা দুৰ্ঘটনাত উইংগাৰখনৰ চালক তিনিচুকীয়াৰ জয়ন্ত বৰা (45) সহ যাত্ৰী ক্ৰমে ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত লালচল চেন্টাৰ হস্পিতেলৰ কৰ্মচাৰীক্ৰমে মঞ্জু কোঁৱৰ (50), এঞ্জেল গুপ্তা (28), চায়াদেৱী সোনাৰ(50), অভিনৱ বুঢ়াগোহাঁই(11), দীপক বুঢ়াগোহাঁই(52) আৰু এলিচ চুৰিন(60) গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

ধেমাজিত উইংগাৰ-বাইকৰ মুখামুখি সংঘৰ্ষ
Intro:ধেমাজি চিৰিপাণিত উইংগাৰ-বাইকৰ মুখামুখি সংঘৰ্ষ ।
এজন থিতাতে নিহতBody:


ধেমাজি ,২৪ নবেম্বৰঃ চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ধেমাজি চিৰিপাণিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, ৰবিবাৰে সন্ধিয়া প্ৰায় ৬- ৫০ বজাত ধেমাজিৰ মোলান বৈদ্যৰ পুত্ৰ স্বপন বৈদ্যই (২৯) তেওঁৰ পঞ্জীয়নবিহীন চুজুকি বাইকেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিলাপথাৰৰ পৰা ধেমাজিলৈ গৈ আছিল। উক্ত সময়তে এখন বিপৰীতমুখী এ এচ ০৫চি/৩৬৮১ উইংগাৰৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়। ফলত দুৰ্ঘটনাটোত বাইক আৰোহীগৰাকীৰ থিতাতে মৃত্যু হয়। তিনিচুকীয়াৰ পৰা লখিমপুৰলৈ বিবাহ যাত্ৰীসহ আহি তিনিচুকীয়াৰ দিশে উভতি অহাৰ পথত সংঘটিত হোৱা দুৰ্ঘটনাত উইংগাৰখনৰ চালক তিনিচুকীয়াৰ জয়ন্ত বৰা (45) সহ যাত্ৰীক্ৰমে ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত লালচল চেন্টাৰ হস্পিতেলৰ কৰ্মচাৰীক্ৰমে মঞ্জু কোঁৱৰ (50), এঞ্জেল গুপ্তা (28), চায়াদেৱী সোনাৰ(50), অভিনৱ বুঢ়াগোহাঁই(11), দীপক বুঢ়াগোহাঁই(52) আৰু এলিচ চুৰিন(60) গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।



Pradunya Bharali , Dhemaji . Assam .24/11/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.