গৰুখুটি কাণ্ডৰ সৈতে জড়িত দুজনক আটক

author img

By

Published : Sep 27, 2021, 11:16 AM IST

darrang garukhuti incident update

গৰুখুটিৰ উত্তেজনা আজিও যোৱা নাই মাৰ ৷ এই উত্তেজনাৰ মাজতে দৰং আৰক্ষীয়ে আটক কৰিছে গৰুখুটি কাণ্ডৰ সৈতে জড়িত থকা আচমত আলী আৰু চান মহম্মদক ।

  • ছিপাঝাৰৰ গৰুখুটি কাণ্ডক লৈ উত্তেজনা অব্য়াহত
  • গৰুখুটি কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত আটক দুজন
  • আটকাধীন দুজন ক্ৰমে আচমত আলী আৰু চান মহম্মদ
  • দুয়োকে আটক কৰিছে দৰং আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.