ETV Bharat / state

Murder in Cachar: কাছাৰত নৃশংস হত্যাকাণ্ড

author img

By

Published : Oct 27, 2022, 12:49 PM IST

Nephew stabbed his uncle to death in Cachar
কাছাৰত নৃশংস হত্যাকাণ্ড

কাছাৰত নৃশংস হত্যাকাণ্ড (Murder in Cachar) ৷ সুৰাৰ ৰাগীত মাতাল হৈ নিজৰ ভতিজাকেই দাৰে ঘপিয়াই হত্যা কৰিলে খুড়ায়েকক ৷ হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ হত্যাকাৰী যুৱকৰ ৷ বুধবাৰে নিশা কাছাৰৰ জিৰিঘাটত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো ৷

  • কাছাৰত নৃশংস হত্যাকাণ্ড (Murder in Cachar)
  • সুৰাৰ ৰাগীত মাতাল হৈ ভতিজাকেই দাৰে ঘপিয়াই হত্যা কৰিলে খুড়ায়েকক
  • হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ হত্যাকাৰী যুৱকৰ
  • বুধবাৰে নিশা কাছাৰৰ জিৰিঘাটত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো
  • ভতিজা অজয় মুড়াই সুৰামত্ত অৱস্থাত খুড়ায়েক ৰনজিৎ মুড়াক উপৰ্যুপৰি আক্ৰমণ চলায়
  • ফলত থিতাতে মৃত্যু হয় ৰনজিৎ মুড়াৰ
  • খবৰ লাভ কৰি ঘটনাস্থলীত জিৰিঘাট থানাৰ আৰক্ষী উপস্থিত হয়
  • আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী অজয় মুড়াই
  • আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে

লগতে পঢ়ক: Mumbai murder during Diwali celebration : ফটকা ফুটোৱাত বাধা দিয়াৰ বাবেই এজনক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.