ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jan 30, 2021, 5:14 PM IST

massive-protest-in-silchar
মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ

শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ ৷ মূল্যবৃদ্ধি বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ ৷

কাছাৰ, 30 জানুৱাৰী : পেট্ৰ'ল আৰু ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ । শিলচৰ ইন্দিৰা ভৱনৰ সন্মুখৰ পৰা বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলে চাইকেল, ঠেলা, ৰিক্সাৰে সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ

ইফালে, প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে ইন্দিৰা ভৱনৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ আছিল পৰিকল্পনা ৷

লগতে পঢ়ক : বিটিআৰত উপস্থিত হ'ল 3 idiots ৰ আঁৰত থকা প্ৰকৃত ব্যক্তিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.