ETV Bharat / state

প্ৰবল গৰাখহনীয়াই নিদ্ৰা হৰিছে বৰাকৰ টুকুৰগ্ৰাম অঞ্চলৰ ৰাইজৰ

author img

By

Published : Oct 3, 2020, 7:38 PM IST

গৰাখহনীয়াত সৰ্বস্বান্ত হেৰুওৱা এই লোক সকলে এতিয়া মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজে অতি সোনকালে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক গৰাখহনীয়াৰ সমস্যা ৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷

barak-river-effect-at-tukargram-katigorah-constituency
বৰাক নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰিছে বৰাকৰ টুকুৰগ্ৰাম অঞ্চলৰ ৰাইজৰ

কাছাৰ, 3 অক্টোবৰ: বৰাক নদীৰ গৰাখহনীয়াই নিশাৰ টোপনি হৰিছে কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ ফুলূবালী গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰীপুৰ দ্বিতীয় খণ্ডৰ টুকুৰগ্ৰাম অঞ্চলৰ ৰাইজে ৷ গৰাখহনীয়াৰ ফলত নৈৰ বুকুত জাহ গৈছে বহু লোকৰ ঘৰ-বাৰী, খেতি-পথাৰ ৷ নিৰ্বাচনৰ সময়ত বিভিন্ন দল, জনপ্ৰতিনিধিয়ে ভোট বিচাৰি উক্ত অঞ্চললৈ আহে যদিও নিৰ্বাচনৰ পৰৱৰ্তী সময়ত কিন্তু এই লোক সকলৰ ফালে জনপ্ৰতিনিধি সকলে পিঠি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বৰাক নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰিছে বৰাকৰ টুকুৰগ্ৰাম অঞ্চলৰ ৰাইজৰ

গৰাখহনীয়াত সৰ্বস্বান্ত হেৰুওৱা এই লোক সকলে এতিয়া মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজে অতি সোনকালে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক গৰাখহনীয়াৰ সমস্যা ৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: শিলত চিত্ৰ অংকনেৰে কৰ’ণাৰ বিৰুদ্ধে সজাগতা সৃষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.