ETV Bharat / state

Trade Union Leader Arrested: মাওবাদী সন্দেহত গ্ৰেপ্তাৰ অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতা ধৰিত্ৰী শৰ্মাক

author img

By

Published : Nov 7, 2022, 4:21 PM IST

মাওবাদী সন্দেহত শিলচৰত গ্ৰেপ্তাৰ অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতা ৷ গ্ৰেপ্তাৰ হোৱা নেতাজন শ্ৰমিক ইউনিয়নৰ কাছাৰ জিলা সম্পাদক ধৰিত্ৰী শৰ্মা ৷

trade-union-leader-arrested-for-alleged-maoist-links
মাওবাদী সন্দেহত শিলচৰত গ্ৰেপ্তাৰ অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতা

  • মাওবাদীৰ সন্দেহত শিলচৰত গ্ৰেপ্তাৰ অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতা (Assam Wage Workers Union leader arrested )
  • গ্ৰেপ্তাৰ হোৱা নেতাজন শ্ৰমিক ইউনিয়নৰ কাছাৰ জিলা সম্পাদক ধৰিত্ৰী শৰ্মা
  • গুৱাহাটীৰ পৰা অহা ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত গ্ৰেপ্তাৰ শ্ৰমিক নেতাজন (One arrested accused of Maoists link)
  • ক্ৰাইম ব্ৰাঞ্চে কাছাৰৰ বৰখলাৰ সোনাপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ধৰিত্ৰী শৰ্মাক
  • সম্প্ৰতি ধৃত ধৰিত্ৰীক গুৱাহাটীলৈ লৈ গৈছে ক্ৰাইম বাঞ্চে
  • দুৰ্ধৰ্ষ মাওবাদী নেতা কাঞ্চন দাৰ সৈতে ধৰিত্ৰীৰ সম্পৰ্ক থকাৰ অভিযোগ
  • কেইমাহ পূৰ্বে গ্ৰেপ্তাৰ হোৱা কাঞ্চনদাক জেৰা চলাই ধৰিত্ৰীৰ তথ্য লাভ কৰে ক্ৰাইম ব্ৰাঞ্চে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.