ETV Bharat / state

কাছাৰ জিলাৰ পি এম জি এছ ওৱাইৰ পথ নিৰ্মাণত অনিয়ম!

author img

By

Published : Mar 28, 2019, 1:22 PM IST

পথ নিৰ্মাণত বিসংগতিৰ অভিযোগত প্ৰতিবাদ ৰাইজৰ

কাছাড় জিলাৰ পিএমজিএছওৱাইৰ পথ নিৰ্মাণত অনিয়ম


কাছাৰ, 28 মাৰ্চঃ কাছাৰ জিলাৰ ধলাই সমষ্টিত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ ৷ দক্ষিণ ধলাইৰ জামালপুৰ পঞ্চায়তৰ কুলিচড়া বজাৰৰ পৰা চেওৰাৰতল গাঁও পঞ্চায়তৰ জয়নগৰ পৰ্যন্ত পি এম জি এছ ওৱাইৰ অধীনত পথ নিৰ্মাণৰ বিষয়ে ৰাইজ অৱগত আছিল যদিও বৃহস্পতিবাৰে উত্তেজিত হৈ পৰে স্থানীয় একাংশ ৰাইজ ৷

কাছাড় জিলাৰ পিএমজিএছওৱাইৰ পথ নিৰ্মাণত অনিয়ম
কিয়নো উক্ত পথছোৱা কুলিচড়াৰ পৰা জয়নগৰ পর্যন্ত নির্মাণৰ কথাহে উল্লেখ থাকে পথ নিৰ্মাণৰ ফলকত ৷ ইয়াৰ পিচতে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে স্থানীয় লোকসকলে ৷
News Silchar 
 কাছাড় জিলাৰ ধলাই সমষ্টিত পথ নিৰ্মানত অনিয়ম! দক্ষিন ধলাইৰ জামালপুৰ জিপিৰ খুলিছড়া বজাৰৰ পৰা সেওড়াৰতল জিপিৰ জয়নগৰ পর্যন্ত পিএমজিএস ওয়াই ৰাস্থা নির্মানৰ কথা হলেও যোৱা ছয় মাস আগৰ পৰা জয়নগৰৰ পৰা কালাখাল ৰিয়াং পুঞ্জিহৈ পাহাড় কাটি ৰাস্থা নির্মানৰ কাম চলিছে। আজি পুৱা জয়নগৰ গাঁওত লগোৱা কেইবাটা তথ্য ফলক চাই গাঁওৰ ৰাইজ স্থম্ভিত, পথটো খুলিছড়াৰ পৰা জয়নগৰ পর্যন্ত নির্মানৰ কথা। লগে লগে তেও এখন প্রতিবাদী সভাত মিলিত হয়, বক্তব্য রাখে জয়নগৰৰ হেডমেন হরিচৰন বর্মন, জয়নগৰ গ্রাম বুড়া নৰোত্তম বর্মন, শেওডাৰতল জিপিৰ প্রাক্তন এপি সদস্য সুলভ বর্মন, মৰমি বর্মন, মীৰা বর্মন, গ্রুপ সদস্যা ইন্দিৰা বর্মন, মোহনলাল বর্মন, শিবানী বর্মন
Footage FTP 
Slug Silchar PMGSY 1234567
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.