ETV Bharat / state

বঙাইগাঁৱত ১২ লাখ ৫০ হাজাৰ টকা জব্দ

author img

By

Published : Mar 12, 2021, 5:22 PM IST

বঙাইগাঁৱত ফ্লায়িং স্কোৱাৰ্ডৰ অভিযান। অভিযানত নিউ বঙাইগাঁৱত ১২ লাখ ৫০ হাজাৰ টকা জব্দ। এজন ৰেল কৰ্মচাৰীৰ পৰা উদ্ধাৰ এই বৃহৎ পৰিমাণৰ টকা।

বঙাইগাঁৱত ১২ লাখ ৫০ হাজাৰ টকা জব্দ
বঙাইগাঁৱত ১২ লাখ ৫০ হাজাৰ টকা জব্দ

বঙাইগাঁও,12 মাৰ্চঃ বঙাইগাঁৱত ফ্লায়িং স্কোৱাৰ্ডৰ অভিযান । অভিযানকালত নিউ বঙাইগাঁৱত ১২ লাখ ৫০ হাজাৰ টকা জব্দ আৰক্ষীৰ। AS-19-E-3184 নম্বৰৰ বাহনখনৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ টকাখিনি। জানিব পৰা মতে, বিভাস বৰুৱাই টকাখিনি মাটি কিনাৰ বাবে আনিছিল । সম্প্ৰতি বিভাস বৰুৱাক সোধপোচ কৰি আছে বঙাইগাঁও আৰক্ষীয়ে।

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ এচআই কেলেংকাৰীত সাঙোৰখোৱা ৰেল কৰ্মচাৰী ৰূপম দাসৰ ঠাইত কৰ্মৰত এইজন বিভাস বৰুৱা নামৰ ৰেল কৰ্মচাৰী ৷

লগতে পঢ়কঃ কোনেও প্ৰক্ষেপ কৰা নাই 'মুখ্যমন্ত্ৰী' পদৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.