ETV Bharat / state

থাইলেণ্ডৰ পৰা পদক লৈ উভতিল অসমৰ দুজন খেলুৱৈ

author img

By

Published : Oct 9, 2019, 5:19 AM IST

থাইলেণ্ডত অনুষ্ঠিত হোৱা ৱাৰ্ড বিচ্চ পেঞ্চাক চিলাট প্ৰতিযোগীতাত পদক অৰ্জন অসমৰ দুইগৰাকী খেলুৱৈৰ ৷ নিউ বঙাইগাঁও ৰে'লৱে জংচনত ব্যাপক উলহ মালহেৰে আদৰনী খেলুৱৈক দলক ৷

থাইলেণ্ডৰ পৰা পদক লৈ উভতিল অসমৰ দুজন খেলুৱৈ

বঙাইগাঁও, 8 অক্টোবৰ : দেশক গৌৰাম্বিত কৰিলে অসমৰ দুগৰাকী সুদক্ষ খেলুৱৈয়ে ৷ থাইলেণ্ডৰ পৰা পদক লৈ উভতিল অসমৰ দুজন খেলুৱৈয়ে ৷ থাইলেণ্ডত অনুষ্ঠিত হোৱা ৱাৰ্ড বিচ্চ পেঞ্চাক চিলাট প্ৰতিযোগীতাত অসমৰ পৰা পাচঁ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব গৈছিল ৷ পাচঁজনৰ ভিতৰত গোৱালপাৰাৰ দিক্ষীতা ৰাভা আৰু চিৰাং জিলাৰ মংগল বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ মঙলবাৰে থাইলেণ্ডৰ পৰা অহা খেলুৱৈ কেইগৰাকীক বঙাইগাঁও জিলা সমিতি,চিৰাং জিলা সমিতি,কোকৰাঝাৰ জিলা সমিতি আৰু গোৱালপাৰা জিলা সমিতিৰ লগতে অসম পেঞ্চাক চিলাট এচোচিয়েশ্বনৰ পৰা বঙাইগাঁও ৰে'লৱে ষ্টেচনত উঞ্চ আদৰণি জনায় ৷ উল্লেখযোগ্য যে ভাৰতীয় মূল দলৰ হৈ অসমৰ পৰা যোৱা টিমত মুঠ 5 গৰাকী খেলুৱৈ আছিল ৷ ইয়াৰে দুগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷

থাইলেণ্ডৰ পৰা পদক লৈ উভতিল অসমৰ দুজন খেলুৱৈ
Intro:থাইলেণ্ডৰ পৰা পদক লৈ উভতিল অসমৰ দুই প্ৰতিযোগী ৷ নিউ বঙাইগাঁও ৰেলৱে জংচনত ব্যাপক উলহ মালহেৰে আদৰনী খেলুৱৈক টিমক ৷


Body:থাইলেণ্ডত অনুষ্ঠিত হোৱা ৱাৰ্ড বিচ্চ পেঞ্চাক চিলাট প্ৰতিযোগীতাত অসমৰ পৰা যোৱা পাচঁ গৰাকী খেলুৱৈক আজি আদৰনী জনায় ৷ পাচঁ গৰাকীৰ ভিতৰত গোৱালপাৰাৰ দিক্ষীতা ৰাভা আৰু চিৰাং জিলাৰ মংগল বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷
দুই গৰাকী সুদক্ষ খেলুৱৈয়ে অসমৰ নাম শুনাম কৰিবলৈ সক্ষম হয় ৷

আজি বঙাইগাঁও জিলা সমিতি,চিৰাং জিলা সমিতি,কোকৰাঝাৰ জিলা সমিতি আৰু গোৱালপাৰা জিলা সমিতিৰ লগতে অসম পেঞ্চাক চিলাট এচোচিয়েশ্বনৰ পৰা আদৰনী জনায় ৷
গামোচা,ফুলৰ মালা আৰু
আৰনাইৰে সম্বৰ্ধনা দিয়াৰ লগতে মিঠাই খুৱাই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

বাইট : দুটা বাইট দিলো ।।


Conclusion:ভাৰতীয় মূল দলৰ হৈ অসমৰ পৰা যোৱা টিমত মুঠ 5 গৰাকী খেলুৱৈ আছিল ৷ ইয়াৰে দুগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.