ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ

author img

By

Published : Jan 1, 2020, 5:59 AM IST

চণ্ডীগড়ত ২৮-৩১ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতাত বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীয়ে কৃতিত্ব লাভ কৰে ৷ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হৃদয়ানন্দ দাসৰ নেতৃত্বাধীন দলটিয়ে প্ৰতিযোগিতাখনত ৭টা সোণ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন
ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন

বিশ্বনাথ,1 জানুৱাৰীঃ নতুন বছৰৰ পোনতে বিশ্বনাথবাসীলৈ আহিছে ভাল খবৰ ৷ ভাৰতৰ চণ্ডীগড়ত ২৮-৩১ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতাত বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীয়ে কৃতিত্ব লাভ কৰে ৷ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হৃদয়ানন্দ দাসৰ নেতৃত্বাধীন দলটিয়ে প্ৰতিযোগিতাখনত ৭টা সোণ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে ৷ বছৰটোৰ শেষত দলটোৱে সুন্দৰ প্ৰদৰ্শনেৰে বিশ্বনাথ তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

২৮-৩১ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলা প্ৰতিযোগিতা
বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ কৃতিত্ব লাভ

আনহাতে ২৮ আৰু ২৯ ডিচেম্বৰত লামডিঙত সমাপ্তি ঘটা অল ষ্টাইল সমৰ কলা প্ৰতিযোগিতাত জামুগুৰিহাটৰ কংকনা শইকীয়া ৰূপৰ পদক লাভ কৰে ৷ লগতে প্ৰিয়মজ্যোতি বৰা নামৰ খেলুৱৈগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,কংকনা চেম্পিয়নছ মেকাৰ একাডেমীৰ অন্যতম ছাত্ৰী ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন

লগতে চাওকঃঅসমবাসীলৈ জলীউড তাৰকাৰ নৱবৰ্ষৰ শুভেচ্ছা

Intro:as_biswanath_801_31_dec_nationl_award_vis_photo_scrpt_as10018Body:as_biswanath_801_31_dec_nationl_award_vis_photo_scrpt_as10018Conclusion:as_biswanath_801_31_dec_nationl_award_vis_photo_scrpt_as10018


ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিশ্বনাথৰ
চেম্পিয়নছ মেকাৰ একাডেমীৰ সাফল্য

ছণ্ডীগড়ত ২৮ পৰা ৩১ ডিছেম্বৰত সমাপ্তি হোৱা ৰাষ্ট্ৰীয় Shastrang Modern Martial Arts ত অসমৰ চেম্পিয়নছ মেকাৰ একাডেমী বিশ্বনাথৰ খেলুৱৈ
সকলৰ বৃহত সাফল্য ৷ আন্তঃৰাষ্ট্ৰীয়
খেলুৱৈ
হৃদয়ানন্দ দাসৰ নেতৃত্বত যোৱা দলটিয়ে ৭টা সোন অৰু দুটা ব্ৰঞ্জৰ পদকৰে বছৰটোৰ শেষত এই সুন্দৰ পৰিদৰ্শন দাঙি ধৰি বিশ্বনাথ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
এই দলটোত লাভ কৰা
খেলুৱৈ সকল ক্ৰমে অনুজ ভট্টাচাৰ্য ২টা সোন, সুদিপ্ত নয়ন বৰা ২টা সোন, প্ৰিয়দৰ্শনী লামা ২টা সোন, টনী ভাগৱতী ১টা সোন লগতে অভিনৱ বৰা দুটা ব্ৰঞ্জ ৷ আনহাতে ২৮ আৰু ২৯ ডিচেম্বৰত লামডিংত সমাপ্তি ঘটা অল ষ্টাইল সমৰ কলা প্ৰতিযোগিতাত চেম্পিয়নছ মেকাৰ একাডেমী জামুগুৰিহাটৰ কংকনা শইকীয়া ৰূপৰ পদক লগতে প্ৰিয়মজ্যোতি বৰা ই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.