ETV Bharat / state

Driver Arrested in Barpeta : হাতত আৰক্ষীৰ বন্দুক লৈ ফটো আপলোড দিয়া গাড়ী চালকক গ্ৰেপ্তাৰ

author img

By

Published : Oct 17, 2022, 2:11 PM IST

ফেচবুকত ফটো আপলোড দি শলঠেকত থানাৰ গাড়ী চালক ৷ বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ গাড়ী চালক লাচিত বায়নে আৰক্ষীৰ পোচাকত ৰাইফল লৈ আপলোড কৰিছিল ফটো (police station driver arrested for uploading photo)৷

police station driver arrested for uploading photo with gun
হাতত আৰক্ষীৰ বন্দুক লৈ ফটো আপলোড দিয়া থানাৰ চালকক গ্ৰেপ্তাৰ

  • বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ গাড়ী চালকক গ্ৰেপ্তাৰ
  • ফেচবুকত আৰক্ষীৰ পোচাকত ৰাইফল লৈ আপলোড কৰিছিল ফটো গাড়ী চালকজনে
  • ধৃত গাড়ী চালকজনৰ নাম লাচিত বায়ন
  • গাড়ী চালকজনৰ এনে কাৰ্যৰ বাবে তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্লজৰ নিৰ্দেশ
  • ৰিজাৰ্ভ ক্লজ কৰা ভাৰপ্ৰাপ্ত বিষয়াজন হৈছে ৰাজীৱ নেওগ (OC Rajib Neog)
  • আৰক্ষীৰ ভাবমূৰ্তি বিনষ্ট হ’ব পৰা পোষ্ট কৰাৰো অভিযোগ গাড়ী চালকজনৰ বিৰুদ্ধে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.