ETV Bharat / state

মীনাক্ষী ৰহমানক বিপুল আদৰণি এআইইউডিএফৰ কৰ্মী সমৰ্থকৰ

author img

By

Published : Mar 9, 2021, 1:57 PM IST

সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানক মঙলবাৰে উষ্ম আদৰণি জনোৱা হয় ৷ গুৱাহাটীৰ পৰা টিকট লৈ সমষ্টিলৈ উভতি অহাৰ পিচতে দলীয় সমৰ্থক সকলে বাইক ৰেলীৰে আদৰি নিয়ে মীনাক্ষী ৰহমানক ৷

মীনাক্ষী ৰহমানক বিপুল আদৰণি এআইইউডিএফৰ কৰ্মী সমৰ্থকৰ
মীনাক্ষী ৰহমানক বিপুল আদৰণি এআইইউডিএফৰ কৰ্মী সমৰ্থকৰ

বৰপেটা,৯মাৰ্চ: সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানক মঙলবাৰে উষ্ম আদৰণি জনোৱা হয় ৷ গুৱাহাটীৰ পৰা টিকট লৈ সমষ্টিলৈ উভতি অহাৰ পিচতে দলীয় সমৰ্থক সকলে বাইক ৰেলীৰে আদৰি নিয়ে মীনাক্ষী ৰহমানক ৷

মীনাক্ষী ৰহমানক বিপুল আদৰণি এআইইউডিএফৰ কৰ্মী সমৰ্থকৰ

ইপিনে,সৰুক্ষেত্ৰীত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত মীনাক্ষী ৰহমানৰ দাবী নিৰ্বাচনত এআইইউডিএফে ১০০% শতাংশই জয়লাভ কৰিব । বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'লেও অনায়াসে বিজয়ী হব এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমান ৷

লগতে পঢ়ক: মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.