ETV Bharat / state

Barpeta District Administration: বৰপেটা জিলাৰ নদী অথবা নদীৰ পাৰৰ পৰা মাটি খননত নিষেধাজ্ঞা

author img

By

Published : Dec 17, 2022, 9:59 PM IST

Excavation on river banned in Barpeta
Barpeta District Administration

বৰপেটা জিলাৰ নদী বা নদীৰ পাৰৰ পৰা মাটি খননত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ ৷ নদীৰ পৰা মেচিন ব্যৱহাৰ কৰি মাটি খননত নিষেধাজ্ঞা জাৰি কৰিছে বৰপেটাৰ জিলা উপায়ুক্তই (Barpeta district DC)৷

  • বৰপেটা জিলাৰ নদী বা নদীৰ পাৰৰ পৰা মাটি খননত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ(Excavation on river banned in Barpeta)
  • নদীৰ পৰা মেচিন ব্যৱহাৰ কৰি মাটি খননত নিষেধাজ্ঞা জাৰি কৰিছে বৰপেটাৰ জিলা উপায়ুক্তই(Barpeta district DC)
টি খননত নিষেধাজ্ঞা জিলা প্ৰশাস
টি খননত নিষেধাজ্ঞা জিলা প্ৰশাস
  • প্ৰশাসনৰ অনুমতি নোলোৱাকৈ নদীৰ বুকু অথবা নদীৰ পাৰৰ মাটি খননত নিষেধাজ্ঞা
  • খহনীয়াই সৃষ্টি কৰা ভয়াৱহ সমস্যা আৰু মানুহৰ জীৱন জীৱিকালৈ কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ এই নিৰ্দেশনা (Erosion in Barpeta)
  • অবৈধ খনন বন্ধ কৰিবলৈ জাৰি কৰা নিৰ্দেশনাক আদৰণি জনাইছে জিলাবাসীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.