ETV Bharat / sports

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপছত পৰাস্ত সুশীল কুমাৰ

author img

By

Published : Sep 20, 2019, 3:47 PM IST

সুশীল কুমাৰ

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপছৰ 74 কে.জি. শাখাত পৰাস্ত হৈছে ভাৰতীয় মল্লযুঁজাৰু সুশীল কুমাৰ ৷ খাদজিমুৰাদ গাডজিয়েভৰ হাতত শুকুৰবাৰে পৰাজয় স্বীকাৰ কৰে সুশীল কুমাৰে ৷ দুবাৰৰ অলিম্পিক মেডেলিষ্ট সুশীলে গাডজিয়েভৰ হাতত 11-9 ব্যৱধানত পৰাস্ত হয় ৷

স্পৰ্টছ ডেস্ক,20 চেপ্তেম্বৰ : বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপছৰ 74 কে. জি. শাখাত পৰাস্ত হৈছে ভাৰতীয় মল্লযুঁজাৰু সুশীল কুমাৰ ৷ খাদজিমুৰাদ গাডজিয়েভৰ হাতত শুকুৰবাৰে পৰাজয় স্বীকাৰ কৰে সুশীল কুমাৰে ৷ দুবাৰৰ অলিম্পিক মেডেলিষ্ট সুশীলে গাডজিয়েভৰ হাতত 11-9 ব্যৱধানত পৰাস্ত হয় ৷

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপছ
সুশীল কুমাৰ

পৰাজয়ৰ পাছতো অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ আশা সমাপ্ত হোৱা নাই কুমাৰৰ ৷ গাডজিয়েভে ফাইনেলত স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হ'লে অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ লগতে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হ'ব সুশীল কুমাৰে ৷

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপছ
সুশীল কুমাৰ

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতৰ মল্লযুঁজাৰু বিনেশ ফোগতে 53 কে. জি. আৰু বজৰংগ পুনিয়াই 65 কে. জি. শাখাত অলিম্পিকলৈ নিৰ্বাচিত হৈছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.