ETV Bharat / sports

বেংগালুৰু এফ চিৰ হাতত পৰাস্ত এছ চি ইষ্ট বেংগল

author img

By

Published : Feb 3, 2021, 9:50 AM IST

অৱশেষত বিজয়ৰ সোৱাদ লাভ কৰিলে বেংগালুৰু এফ চিয়ে ৷ মঙলবাৰে গোৱাৰ তিলক ময়দান ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগ(আইএছএল)ৰ এখন খেলত বেংগালুৰু এফ চিয়ে এছ চি ইষ্ট বেংগলক ২-০ ত পৰাজিত কৰিবলৈ সক্ষম হয় ৷

In Pics: Bengaluru revive playoff hopes with clinical win over SCEB
বেংগালুৰু এফ চিৰ হাতত পৰাস্ত এছ চি ইষ্ট বেংগল

নিউজ ডেস্ক,3ফেব্ৰুৱাৰী:অৱশেষত বিজয়ৰ সোৱাদ লাভ কৰিলে বেংগালুৰু এফ চিয়ে ৷ মঙলবাৰে গোৱাৰ তিলক ময়দান ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগ(আইএছএল)ৰ এখন খেলত বেংগালুৰু এফ চিয়ে এছ চি ইষ্ট বেংগলক ২-০ ত পৰাজিত কৰিবলৈ সক্ষম হয় ৷

In Pics: Bengaluru revive playoff hopes with clinical win over SCEB
বেংগালুৰু এফ চিৰ হাতত পৰাস্ত এছ চি ইষ্ট বেংগল

ধাৰাবাহিক ভাৱে 8খনকৈ খেলত পৰাজয়বৰণ কৰাৰ পিছত বিজয়ৰ মুখ দেখা বেংগালুৰু এফ চিয়ে ইয়াৰ লগে লগে আইএছএলৰ সপ্তম সংস্কৰণত 4খন খেলত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷

In Pics: Bengaluru revive playoff hopes with clinical win over SCEB
বেংগালুৰু এফ চিৰ হাতত পৰাস্ত এছ চি ইষ্ট বেংগল

উল্লেখ্য যে,15খন মেচৰ ভিতৰত 18পইণ্ট অৰ্জন কৰি পইণ্ট তালিকাৰ ষষ্ঠস্থান দখল কৰিবলৈ সক্ষম হৈছে বেংগালুৰু এফ চিয়ে ৷

In Pics: Bengaluru revive playoff hopes with clinical win over SCEB
বেংগালুৰু এফ চিৰ হাতত পৰাস্ত এছ চি ইষ্ট বেংগল

লগতে পঢ়কঃশীঘ্ৰে পুনৰ পাঠদান আৰম্ভ হ'ব দিল্লীৰ ব্যক্তিগতখণ্ড শিক্ষানুষ্ঠানতঃঅৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.