ETV Bharat / sports

এছিয়া ফুটবল ফেডাৰেচনেৰে চুক্তিত স্বাক্ষৰ এআইএফএফৰ

author img

By

Published : Apr 22, 2019, 6:26 PM IST

এআইএফএফে এছিয়া ফুটবল ফেডাৰেচনৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছে ৷ এই স্বাক্ষৰিত প্ৰতিশ্ৰুতি পত্ৰখনে প্ৰশিক্ষণৰ নীতি - নিৰ্দেশনা তথা কৌশল সম্পৰ্কত বিস্তৃতভাৱে অধ্যয়ন কৰিব ৷

ALL INDIA FOOTBALL FEDERATION

নিউজ ডেস্ক, 22 এপ্ৰিল: সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচনে এছিয়া ফুটবল ফেডাৰেচনৰ সৈতে স্বাক্ষৰ কৰিছে এক প্ৰশিক্ষণ সম্পৰ্কীয় চুক্তিত ৷ এই স্বাক্ষৰিত প্ৰতিশ্ৰুতি পত্ৰখনে প্ৰশিক্ষণৰ নীতি - নিৰ্দেশনা তথা কৌশল সম্পৰ্কত বিস্তৃতভাৱে অধ্যয়ন কৰিব ৷

সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচনৰ ভাৰপ্ৰাপ্ত টেকনিকেল ডাইৰেক্টৰ পদত অধিষ্ঠিত ছেভিঅ' মেডেইৰাই এই সম্পৰ্কত মন্তব্য কৰে যে, এই চুক্তিখনে প্ৰশিক্ষক সকলক তেওঁলোকৰ কাৰ্যসূচী সূচাৰুৰূপে ৰূপায়ন কৰাত সহায় কৰিব ৷

AIFF SIGNS COACHING CONVENTION WITH AFC

নিউজ ডেস্ক, 22 এপ্ৰিল: সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচনে এছিয়া ফুটবল ফেডাৰেচনৰ সৈতে স্বাক্ষৰ কৰিছে এক প্ৰশিক্ষণ সম্পৰ্কীয় চুক্তিত ৷ এই স্বাক্ষৰিত প্ৰতিশ্ৰুতি পত্ৰখনে প্ৰশিক্ষণৰ নীতি - নিৰ্দেশনা তথা কৌশল সম্পৰ্কত বিস্তৃতভাৱে ধ্যান দিব ৷ 

সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচনৰ ভাৰপ্ৰাপ্ত টেকনিকেল ডাইৰেক্টৰ পদত অধিষ্ঠিত ছেভিঅ' মেডেইৰাই এই সম্পৰ্কত মন্তব্য কৰে যে, এই চুক্তিখনে প্ৰশিক্ষক সকলক তেওঁলোকৰ কাৰ্যসূচী সূচাৰুৰূপে ৰূপায়ন কৰাত সহায় কৰিব ৷
aiffaiff_mar20_MQJsT87_JHwQNnb_KGczwYx_CWNf6de.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.