ETV Bharat / sports

বৰ্ণবাদৰ সন্মুখীন মহম্মদ ছামী : খেলুৱৈগৰাকীৰ সমৰ্থনত নামিল ভাৰতীয় ক্ৰিকেটাৰ

author img

By

Published : Oct 26, 2021, 1:48 PM IST

টী20 বিশ্বকাপৰ প্ৰথমখন মেচত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতে অনলাইন বৰ্ণবাদৰ সন্মুখীন হৈছে ভাৰতীয় বলাৰ মহম্মদ ছামী ৷ এই ঘটনাৰ পিছতে খেলুৱৈগৰাকীৰ সমৰ্থনত নামি পৰিছে ভাৰতীয় ক্ৰিকেটাৰসকল ৷

Past and present India cricketers back Shami after pacer faces online abuse
বৰ্ণবাদৰ সন্মুখীন মহম্মদ ছামী : খেলুৱৈগৰাকীৰ সমৰ্থনত নামিল ভাৰতীয় ক্ৰিকেটাৰসকল

স্প’ৰ্টছ ডেস্ক, 26 অক্টোবৰ : 24 অক্টোবৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে টী20 বিশ্বকাপৰ প্ৰথমখন মেচতেই পৰাজয় বৰণ কৰিছিল ভাৰতে ৷ ইয়াৰ পিছতেই সামজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে ভাৰতীয় দলটো ৷

  • The online attack on Mohammad Shami is shocking and we stand by him. He is a champion and Anyone who wears the India cap has India in their hearts far more than any online mob. With you Shami. Agle match mein dikado jalwa.

    — Virender Sehwag (@virendersehwag) October 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কিন্তু ইয়াৰ ভিতৰত কেৱল ধৰ্মীয় পৰিচয়ৰ বাবেই অনলাইন আক্ৰমণৰ সন্মুখীন হয় বলাৰগৰাকী ৷ এই খেলখনত ছামীয়ে 3.5 অভাৰত পাকিস্তানক 43 ৰাণ প্ৰদান কৰিছিল ৷

  • The online attack on Mohammad Shami is shocking and we stand by him. He is a champion and Anyone who wears the India cap has India in their hearts far more than any online mob. With you Shami. Agle match mein dikado jalwa.

    — Virender Sehwag (@virendersehwag) October 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াকে লৈ একাংশ অনুৰাগীয়ে ছামীক পাকিস্তানৰ পৰা ধন লৈ ভাৰতক হৰুৱাইছে বুলি বিতৰ্কিত মন্তব্য কৰিছিল ৷ সম্প্ৰতি ছামীৰ সমৰ্থন নামি পৰিছে ভাৰতীয় দলৰ বৰ্তমানৰ তথা প্ৰাক্তন খেলুৱৈসকলৰ লগতে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু লোকসভাৰ সাংসদ আছাদদুদ্দিন ওৱেইছি, কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷

ছামীৰ সমৰ্থন টুইট কৰি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে কয়, "When we support #TeamIndia, we support every person who represents Team India @MdShami11 is a commited, worls-class bowler. He had an Off day like any other sportsperson can have. I stand behind Shami & Team India."

  • When we support #TeamIndia, we support every person who represents Team India. @MdShami11 is a committed, world-class bowler. He had an off day like any other sportsperson can have.

    I stand behind Shami & Team India.

    — Sachin Tendulkar (@sachin_rt) October 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ উপৰিও ক্ৰিকেটাৰগৰাকীৰ সমৰ্থনত নামি পৰে প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ, ইৰফান পাঠান, হৰভজন সিং, যুজবেন্দ্ৰ চহল ৷

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও ছামীৰ সমৰ্থনত টুইট কৰে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "Mohammad #Shami we are all with you. These people are filled with hate because nobody gives them any love. Forgive them,"

  • Mohammad #Shami we are all with you.

    These people are filled with hate because nobody gives them any love. Forgive them.

    — Rahul Gandhi (@RahulGandhi) October 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : IPL ত সংযোজন ঘটিল দুটাকৈ নতুন দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.