ETV Bharat / sports

আজি সন্মান ৰক্ষাৰ যুঁজত ভাৰত

author img

By

Published : Mar 9, 2019, 11:20 AM IST

3rd T-20

আজি ভাৰত - ইংলেণ্ড মহিলা ক্ৰিকেটৰ তৃতীয় তথা অন্তিম খন টি- ২০ মেচ দিনৰ ১১ বজাৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । আজিৰ মেচখন সন্মান ৰক্ষাৰ যুঁজ হিচাপে চিহ্নিত হৈ পৰিছে ভাৰতীয় দলৰ বাবে ।

গুৱাহাটী, ৯ মাৰ্চ: আজি ভাৰত - ইংলেণ্ড মহিলা ক্ৰিকেটৰ তৃতীয় তথা অন্তিম খন টি- ২০ মেচ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । প্ৰথম দুখন মেচত লজ্জাজনক পৰাজয়বৰণ কৰাৰ পাছত আজিৰ মেচখন সন্মান ৰক্ষাৰ যুঁজ হিচাপে চিহ্নিত হৈ পৰিছে ভাৰতীয় দলৰ বাবে । শৃংখলাত ২-০ ত পিছপৰি থকাৰ পাছত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'ব লগা আজিৰ মেচত সান্তনাৰ জয় লাভ কৰাৰ আপ্ৰাণ চেষ্টা চলাব ভাৰতীয় দলটোৱে ।

3rd T-20

উল্লেখ্য যে, ভাৰতৰ দুৰ্বল বেটিং লাইনআপে প্ৰথম দুয়োখন মেচতে অনুৰাগীক হতাশ কৰাৰ লগতে ১২০ ৰাণৰ লক্ষ্যও অতিক্ৰম কৰিবলৈ সক্ষম নহয় । ভাৰতীয় দলৰ মূখ্য অধিনায়ক হৰমনপ্ৰীত কৌৰে আঘাটৰ পৰা আৰোগ্য হৈ উঠা নাই আৰু ভাৰপ্ৰাপ্ত অধিনায়ক স্মৃতি মন্দানাই দুয়োখন মেচতে ক্ৰমান্নয়ে ২ আৰু ১২ ৰাণহে কৰিবলৈ সক্ষম হৈছে ।

TEAM INDIA WILL PLAY FOR PRIDE

PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.