ETV Bharat / sports

চাৰিদিনীয়া টেষ্ট মেচৰ প্ৰতি সমৰ্থন ইচিবিৰ

author img

By

Published : Jan 1, 2020, 2:52 PM IST

চাৰিদিনীয়া টেষ্ট মেচৰ প্ৰতি সমৰ্থন ইচিবিৰ
চাৰিদিনীয়া টেষ্ট মেচৰ প্ৰতি সমৰ্থন ইচিবিৰ

চাৰিদিনীয়া টেষ্ট ক্ৰিকেট কৰাক লৈ চিন্তা-চৰ্চা চলি থকাৰ মাজতেই চাৰিদিনীয়া টেষ্ট মেচৰ প্ৰতি সমৰ্থন জনাইছে ইংলেণ্ড ক্ৰিকেট বৰ্ডে ৷

স্পৰ্টছ ডেস্ক, 1 জানুৱাৰী: চাৰিদিনীয়া টেষ্ট ক্ৰিকেটৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ইংলেণ্ড আৰু ৱেল্ছ ক্ৰিকেট বৰ্ডে ৷ বৰ্ডৰ প্ৰৱক্তাগৰাকীয়ে কয়, আমি চাৰিদিনীয়া টেষ্ট ক্ৰিকেটৰ প্ৰতি সমৰ্থক ৷ কিন্তু এই বিষয়ে সতৰ্ক লোৱাৰ প্ৰয়োজন আছে কিয়নো এই বিষয়টো খেলুৱৈ,অনুৰাগী তথা এই খেলৰ প্ৰতি লৈ জড়িত থকা লোক সকলৰ আৱেগৰ লগত জড়িত ৷ এই ব্যৱস্থাই টেষ্ট ক্ৰিকেটৰ ঐতিহ্যৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নেকি তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব ৷

চাৰিদিনীয়া টেষ্ট মেচৰ প্ৰতি সমৰ্থন ইচিবিৰ
চাৰিদিনীয়া টেষ্ট মেচৰ প্ৰতি সমৰ্থন ইচিবিৰ

ইচিবিয়ে লগতে কয়, আমি সদায় ক্ৰিকেট অনুৰাগীক ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ বাবে চেষ্টা চলাই যাম আৰু আমাৰ মুখ্য প্ৰাথমিকতাৰ এক অংশ হৈছে টেষ্ট ক্ৰিকেটৰ ভৱিষ্যত অংকিত কৰা ৷

চাৰিদিনীয়া টেষ্ট ক্ৰিকেট
চাৰিদিনীয়া টেষ্ট ক্ৰিকেট

উল্লেখ্য যে, 2023 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত চাৰিদিনীয়া টেষ্ট অনুষ্ঠিত কৰাক লৈ আইচিচি য়ে শীঘ্ৰই এই বিষয়ে চিন্তা-চলোৱাৰ সম্ভাৱনা আছে ৷ যদিহে চাৰি দিনীয়া টেষ্ট মেচৰ আয়োজন কৰা হয় তেন্তে প্ৰতিদিনে মেচত অভাৰ পৰিমাণ বৃদ্ধি কৰি 98 অভাৰ কৰা হ'ব ৷ বৰ্তমান পাঁচদিনীয়া টেষ্ট মেচত 90 অভাৰৰ বলিং কৰাৰ নিয়ম আছে ৷ লক্ষ্যণীয় যে, 2018 চনৰ আৰম্ভণীৰ পৰাই 60 শতাংশ মেচতেই চাৰি দিনৰ ভিতৰতেই ফলাফল লাভ কৰা হৈছে ৷ এই বৰ্ষত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই চাৰিদিনীয়া টেষ্ট শৃংখলাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ৷

Intro:Body:



England and Wales Cricket Board,  four-day Test, London, International Cricket Council

London: England and Wales Cricket Board (ECB) spokesperson has said that they support the concept of four-day Test.

"We're definite proponents of the four-day Test concept, but cautiously so, as we understand it's an emotive topic for players, fans and others who have concerns about challenging the heritage of Test cricket, " ECB spokesperson said.

The spokesperson said the ECB will continue to find new avenues to make the longest-format accessible to the cricket lover but the most important thing is the future of Test cricket.

"One of our top priorities is to underpin a healthy future for Test cricket while we continue to build accessible ways for new fans to enjoy our sport," added the ECB spokesperson.

Four-day Tests could become a regular feature as part of the 2023 World Test Championship as the International Cricket Council's (ICC) cricket committee is likely to deliberate upon the change next year.

If four-day Tests would have been played during the 2015-2023 cycle, then it could have freed up 335 days of scheduled cricket.

Earlier this year, England and Ireland featured in a four-day Test at the Lords Cricket Ground, and the former came out as triumphant.

If the change indeed takes place, then it would allow for more Test series to be played over three or five matches.

The number of overs bowled by a team in a four-day Test would also increase. In a traditional five day Test, 90 overs are bowled, but in a four-day match, 98 overs are most likely to be bowled.

In a staggering start, more than 60 per cent of matches played since the start of 2018 have ended in four days or fewer.

Australia will most likely be playing its first four-day Test against Afghanistan at home next year.


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.