ETV Bharat / sitara

স্বেতা তিৱাৰীৰ দুহিতা আৰু ছইফ আলী খানৰ পুত্ৰৰ ভাইৰেল ভিডিঅ'ক লৈ চৰ্চা

author img

By

Published : Jan 22, 2022, 7:10 PM IST

টেলিভিছন তাৰকা স্বেতা তিৱাৰীৰ জীয়ৰী পলক তীৱাৰী আৰু চৈফ আলী খানৰ পুত্ৰ ইব্ৰাহীমে এতিয়া পাৰ কৰিছে বহু মধুৰ সময় ৷ শুকুৰবাৰে ইব্ৰাহীমৰ সৈতে পলকক দেখা গ’ল ড্ৰাইভ কৰি ঘূৰি ফুৰাৰ অৱস্থাত ৷ পিছে Paparazzi ৰ মুখামুখী হৈ দেখি মুখ ঢাকিলে পলকে (Palak Tiwari hides face on getting papped with Ibrahim Ali Khan) ৷ কিন্তু কিয় ?

palak and ibrahim
ইব্ৰাহীমৰ সৈতে গাড়ীত ঘূৰি ফুৰা দেখা গ’ল পলকক

চিটাৰা ডেস্ক, 22 জানুৱাৰী: শুকুৰবাৰে ইব্ৰাহীমৰ লগত গাড়ীত একেলগে দেখা পোৱা গ’ল পলক তীৱাৰীক ৷ চৈফ আলী খান আৰু অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহীমৰ সৈতে গাড়ীত ঘূৰি ফুৰাৰ সময়ত Paparazzi ৰ লেনচত আৱদ্ধ হৈ পৰাত অপ্ৰস্তুত হৈ পৰে পলক(Palak Tiwari hides face on getting papped with Ibrahim Ali Khan) ৷ আনহাতে ইব্ৰাহীমক সম্পূৰ্ণ স্বাভাৱিকভাৱে থকা যেন দেখা গ’ল ৷ ইয়াৰ পূৰ্বে দুয়োকে কেতিয়াও এনেদৰে একেলগে দেখা পোৱা হোৱা নাছিল ৷ ইফালে ইব্ৰাহীম আৰু পলক বৰ্তমান ডেটিঙত ব্যস্ত বুলিও চৌদিশে বিয়পিছে খবৰ ৷

মুম্বাই বান্দ্ৰাৰ এটি Hangout Place ত দুয়োকে Paparazziৰ দলে বন্দী কৰিছিল কেমেৰাত ৷ প্ৰাপ্ত তথ্য অনুসৰি, সেইদিনা ইব্ৰাহীমে পলকক Dinner Date ত লৈ গৈছিল (Palak Tiwari Ibrahim Ali Khan viral video) ৷ কিন্তু বাহনত বহাৰ পিছত পলকে নিজৰ মুখ ঢকাৰ কাৰ্যক এতিয়া সকলোৱে একেমুখে overacting আখ্যা দিছে ৷ নেটিজেনে পলকৰ এনে কাৰ্যক overacting বুলি উল্লেখ কৰি প্ৰশ্ন কৰিছে, "Why so much drama?"

Rosie: The Saffron Chapter নামৰ ছবিখনেৰে পলকে বলীউডত entry মাৰিব ৷ আনহাতে ইব্ৰাহীমে Rocky Aur Rani Ki Prem Kahani ছবিখনৰ বাবে কৰণ জোহৰক assist কৰি আছে ৷

লগতে পঢ়ক : Samantha goes skiing in Switzerland : তেওঁৰ ইন্ষ্টাগ্ৰাম পোষ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.