ETV Bharat / sitara

পুলকিত সম্ৰাটে খোলোচা কৰিলে, কৃতি খৰবন্দাৰ সৈতে কেমেষ্ট্ৰীৰ ৰহস্য

author img

By

Published : Jun 28, 2020, 7:23 PM IST

বলীউডৰ অভিনেতা পুলকিত সম্ৰাটে কৃতি খৰবন্দাৰ সৈতে শ্বেয়াৰ কৰে অন স্ক্ৰীণ কেমেষ্ট্ৰীৰ অন্তৰালৰ ৰহস্য ৷ দুয়োৰে মাজত থকা গাঢ় বন্ধুত্ব আৰু মৰমৰ বাবেই এই সুন্দৰ কেমেষ্ট্ৰী বুলি প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷ বৰ্তমানলৈকে বীৰে ডি ৱেডিং আৰু পাগলপন্টীত একেলগে কাম কৰা দুয়ো তাৰকাক দেখিবলৈ পোৱা যাব বিজয় নাম্বিয়াৰৰ আগন্তুক ছবি তেশত ৷

Pulkit Samrat opens up on the bond he shares with Kriti Kharbanda
পুলকিত সম্ৰাটে খোলোচা কৰিলে ,কৃতি খৰবন্দাৰ সৈতে কেমেষ্ট্ৰীৰ ৰহস্য

চিটাৰা ডেস্ক,28 জুনঃ বলীউড অভিনেতা পুলকিত সম্ৰাটে শ্বেয়াৰ কৰিলে পৰ্দাত তেওঁৰ সহ কলাকাৰ কৃতি খৰবন্দাৰ সৈতে থকা সুন্দৰ কেমেষ্ট্ৰীৰ ৰহস্য ৷

Pulkit Samrat opens up on the bond he shares with Kriti Kharbanda
পুলকিত আৰু কৃতি

পুলকিতে আই.এ.এন.এছক জনোৱা মতে, " মোৰ এনেকুৱা লাগে যে, আমি বহুত ভাল বন্ধু হোৱাৰ বাবেই স্ক্ৰীণত আমাৰ কেমেষ্ট্ৰী আমি সহজভাৱেই উত্থাপন কৰো ৷ লক্ ডাউনে আমাক ভাল সময় কটোৱাৰ সুবিধা দিলে ৷ আমি এজনে আনজনক ভালদৰে জানিবলৈ সুবিধা পালো ৷ "

Pulkit Samrat opens up on the bond he shares with Kriti Kharbanda
পুলকিত আৰু কৃতি

দুয়োগৰাকী তাৰকাই বীৰে ডি ৱেডিং আৰু পাগলপন্টীত একেলগে কাম কৰিছিল ৷ বৰ্তমান দুয়ো তাৰকাই বিজয় নাম্বিয়াৰৰ আগন্তুক ছবি তেশত একলেগে কাম কৰিবৰ বাবে আগবাঢ়িছে ৷

লগতে পঢ়কঃঅডিচনত কেতিয়াও বিফল নোহোৱা সুশান্তক গভীৰ শ্ৰদ্ধাঞ্জলী মুকেশ ছাৱৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.