ETV Bharat / international

Pele passes away: চিৰনিদ্ৰাত দ্য কিং অৱ জগ’ বনিট’

author img

By

Published : Dec 30, 2022, 8:02 AM IST

বিংশ শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈ পেলেৰ মৃত্যু (Pele passes away)৷ বৃহস্পতিবাৰৰ নিশা সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰে প্ৰয়াত খেলুৱৈগৰাকীৰ জীয়ৰী কেলী নাচচিমেণ্ট’ ই (kely nascimento instagram) ৷

Etv Bharat
Etv Bharat

  • চিৰনিদ্ৰাত দ্য কিং অৱ জগ’ বনিট’(Pele passes away)
  • 82 বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে বিশ্বশ্ৰেষ্ঠ ফুটবলাৰজনৰ (brazilian football player pele passes away at the age of 82)
  • বিংশ শতিকাৰ কিংবদন্তী খেলুৱৈগৰাকীয়ে দীৰ্ঘ দিন ধৰি ভুগি আহিছিল কেঞ্চাৰ ৰোগত
  • খেলুৱৈগৰাকীয়ে তিনিবাৰলৈ বিশ্বকাপৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছিল
  • বৃহস্পতিবাৰে খেলুৱৈগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকত ভাগি পৰিছে বিশ্বৰ অনুৰাগীসকল
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.