ETV Bharat / international

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

author img

By

Published : Feb 24, 2020, 6:14 PM IST

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

‘‘মোৰ অন্তৰত ভাৰতে সদায় এক সুকীয়া স্থান পাব ৷ প্ৰধানমন্ত্ৰী মোডীয়ে এজন ‘চাহ বিক্ৰেতা’ হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল ৷ সকলোৱে তেওঁক ভাল পায়, কিন্তু মই ক’ব বিচাৰো যে তেওঁ এগৰাকী খুব কঠোৰ ব্যক্তি"- ড’নাল্ড ট্ৰাম্প ৷

ম’টেৰা ষ্টেডিয়ামত নিজৰ ভাষণেৰে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, ‘‘মোৰ অন্তৰত ভাৰতে সদায় এক সুকীয়া স্থান পাব ৷ প্ৰধানমন্ত্ৰী মোডীয়ে এজন ‘চাহ বিক্ৰেতা’ হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল ৷ সকলোৱে তেওঁক ভাল পায়, কিন্তু মই ক’ব বিচাৰো যে তেওঁ এগৰাকী খুব কঠোৰ ব্যক্তি ৷’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.