ETV Bharat / international

COVID 19: বিশ্বৰ সামগ্ৰিক তথ্য

author img

By

Published : Sep 13, 2020, 1:15 PM IST

COVID 19 GLOBAL TRACKER
COVID 19: বিশ্বৰ সামগ্ৰিক তথ্য

ভাৰততো 4,754,356 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা 78,586 গৰাকীলৈ বৃদ্ধি পাইছে ৷

নিউজ ডেস্ক,13 ছেপ্তেম্বৰ: কৰ'ণা মহামাৰীৰ ত্ৰাস অব্যাহত আছে সমগ্ৰ বিশ্বত ৷ বৰ্তমানলৈকে বিশ্বত 28,943,528 গৰাকী লোক COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে, মৃত্যুক আঁকোৱালি লৈছে 924,575 গৰাকীয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 6,676,601 গৰাকী লোক আক্ৰান্ত হৈছে আৰু 198,128 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷ ভাৰততো একেদৰে 4,754,356 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ দেশখনত মৃতকৰ সংখ্যা 78,586 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বিশ্বৰ দেশ সমূহৰ COVID-19 ৰ খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

COVID 19: বিশ্বৰ সামগ্ৰিক তথ্য

লগতে চাওকঃ একাঁঠু বোকা-পানীৰে পৰিপূৰ্ণ টিংখাঙৰ এটা পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.