ETV Bharat / international

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

author img

By

Published : Oct 8, 2020, 1:17 PM IST

Global Covid 19 tracker Etv bharat news
Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 77,76,224 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক আঁকোৱালি লৈছে 2,16,784 গৰাকীয়ে ৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰতবৰ্ষ ৷ দেশখনত 68,35,655 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 1,05,554 গৰাকীয়ে হেৰুৱাইছে প্ৰাণ ৷

হায়দৰাবাদ,8 অক্টোবৰ: সমগ্ৰ বিশ্বত কৰ’ণাত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 3,63,94,156 ৰ ঘৰ ৷ আক্ৰান্তসকলৰ ভিতৰত মৃত্যুক সাৱটি লৈছে 10,60,462 গৰাকী ব্যক্তিয়ে ৷ তদুপৰি 2,74,12,315 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত চিকিৎসাৰ অন্তত সুস্থ হৈ উভটিছে ঘৰলৈ ৷

Global Covid 19 tracker Etv bharat news
Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

ইফালে,আক্ৰান্ত দেশসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক 77,76,224 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক আঁকোৱালি লৈছে 2,16,784 গৰাকীয়ে ৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰতবৰ্ষ ৷ দেশখনত 68,35,655 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 1,05,554 গৰাকীয়ে হেৰুৱাইছে প্ৰাণ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা সংগ্ৰামখনত সন্মুখৰ পৰা নেতৃত্ব দিয়া যোদ্ধাসকলৰ ভূমিকাৰ শলাগ লয় ৷

বিশ্বৰ সামগ্ৰিক তথ্য

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতো একাংশ দেশে ব্যৱসায়, বিদ্যালয় আদি খোলা দিছে ৷ কিন্তু তাৰ মাজতো সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়মাৱলীৰ পালন কৰিছে দেশসমূহে ৷

লগতে চাওকঃ আফগান শান্তি আয়োগ প্ৰধানৰ সৈতে এনএছএ অজিত ডোভালৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.