ETV Bharat / entertainment

সুস্মিতা সেনক ডেট কৰি আছে ললিত মোডীয়ে; শীঘ্ৰেই অৰ্ধাংগিনী বনাব প্ৰাক্তন বিশ্ব সুন্দৰী গৰাকীক

author img

By

Published : Jul 15, 2022, 12:00 PM IST

আই পি এলৰ প্ৰাক্তন কমিছনাৰ তথা ক্ৰিকেট মেনেজাৰ ললিত মোদীয়ে প্ৰাক্তন বিশ্ব সুন্দৰী সুস্মিতা সেনৰ সৈতে বিবাহৰ পৰিকল্পনা কৰিছে (Lalit Modi Sushmita Sen news) ৷ ব্যৱসায়ীজনে টুইট কৰি জনালে যে তেওঁলোক দুয়োৱে ইজনে সিজনক ডেট কৰি আছে ৷

Sushmita Sen married with Lalit Modi
সুস্মিতা সেনক ডেট কৰি আছে ললিত মোডীয়ে

চিটাৰা ডেস্ক, 15 জুলাই : বলীউডৰ আকাশে বতাহে এতিয়া বিশ্ব সুন্দৰী সুস্মিতা সেনৰ নাম (Sushmita Sen latest news) ৷ ব্যৱসায়ী ললিত মোডীয়ে নিজৰ টুইটাৰত অভিনেত্ৰী গৰাকীৰ সৈতে ফটো আপলোড কৰাৰ পিছৰে পৰা তোলপাৰ লাগে সামাজিক মাধ্যমত ৷

Sushmita Sen married with Lalit Modi
সুস্মিতা সেনক ডেট কৰি আছে ললিত মোডীয়ে

ললিত মোডীয়ে টুইটাৰ যোগে জনালে যে তেওঁ আৰু সুস্মিতাই ইজনে সিজনক ডেট কৰি আছে ( Lalit Modi twitter) ৷ এতিয়া সামাজিক মাধ্যমত সৰৱ আলোচনা দুয়োৰে বিয়াকলৈ ৷

  • Just for clarity. Not married - just dating each other. That too it will happen one day. 🙏🏾🙏🏾🙏🏾🙏🏾 pic.twitter.com/Rx6ze6lrhE

    — Lalit Kumar Modi (@LalitKModi) July 14, 2022 " class="align-text-top noRightClick twitterSection" data=" ">
Sushmita Sen married with Lalit Modi
সুস্মিতা সেনক ডেট কৰি আছে ললিত মোডীয়ে

ললিত মোডীয়ে টুইটাৰত লিখিছে এইয়া এক নতুন আৰম্ভণি আৰু এক নতুন জীৱন । অৱশ্যে সংবাদ মাধ্যমত বিবাহৰ বিষয়ে আলোচনা আৰম্ভ হোৱাৰ কিছু মিনিট পিছতে তেওঁ আন এটা টুইটত স্বীকাৰ কৰে যে তেওঁ সুস্মিতা সেনৰ লগত ডেটিংহে কৰি আছে । বিয়া এতিয়াও হোৱা নাই, কিন্তু এদিন বিয়াখন নিশ্চয়কৈ হ’ব বুলি আশাবাদী তেওঁ ।

  • Just back in london after a whirling global tour #maldives # sardinia with the families - not to mention my #betterhalf @sushmitasen47 - a new beginning a new life finally. Over the moon. 🥰😘😍😍🥰💕💞💖💘💓 pic.twitter.com/Vvks5afTfz

    — Lalit Kumar Modi (@LalitKModi) July 14, 2022 " class="align-text-top noRightClick twitterSection" data=" ">
Sushmita Sen married with Lalit Modi
সুস্মিতা সেনক ডেট কৰি আছে ললিত মোডীয়ে

লগতে পঢ়ক : দেশৰ ৰাজধানী নাৰীৰ বাবে একদম সুৰক্ষিত নহয়: অভিনেত্ৰী ছান্যা মালহোত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.