ETV Bharat / entertainment

Sushant Singh Death : সুশান্ত সিং ৰাজপুতৰ ৫০ টা ইচ্ছা অপূৰণীয় হৈ থাকিল; অভিনেতাগৰাকীৰ ইচ্ছাৰ তালিকাই আৱেগিক কৰিব আপোনাক

author img

By

Published : Jun 14, 2023, 10:50 AM IST

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে বহু ডাঙৰ ডাঙৰ সপোন দেখিছিল ৷ যদিও সেই সপোন পূৰ কৰিব নোৱাৰিলে কিয়নো আজিৰ দিনটোতে এই পৃথিৱীৰ পৰা বিদায় লৈছিল অভিনেতাগৰাকীয়ে ৷ গতিকে জানো আহক কি আছিল অভিনেতাগৰাকীৰ সেইসমূহ সপোন ৷

Sushant Singh Death Anniversary: Sushant Singh List Of 50 Dreams, From Flying A Plane To Sending Kids To NASA2 of 6
সুশান্ত সিঙৰ মৃত্যু বাৰ্ষিকী

চিটাৰা ডেস্ক, 14 জুন: বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আজি 3 বছৰ সম্পূৰ্ণ হ’ল ৷ 2020 বৰ্ষৰ 14 জুন অৰ্থাৎ আজিৰ দিনটোতেই বান্দ্ৰাস্থিত বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰতিভাৱান অভিনেতাগৰাকীৰ মৃতদেহ ৷ অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰিছিল সকলোকে ৷ আজিও অনুৰাগীয়ে পাহৰা নাই অভিনেতাগৰাকীক আৰু তেওঁৰ ন্যায়ৰ বাবে আজিও যুঁজি আছে ৷ কিন্তু আপুনি জানেনে অভিনেতাগৰাকীৰ এনে অকস্মাৎ মৃত্যুত আধৰুৱা হৈ থাকি গ’ল তেওঁৰ কিছু সপোন, যি অভিনেতাগৰাকীয়ে পূৰ কৰিব বিচাৰিছিল ৷ কিন্তু পূৰ কৰিব নোৱাৰিলে ৷ গতিকে জানো আহক সুশান্তৰ সেইসমূহ সপোনৰ বিষয়ে . . .

50 টা সপোনৰ লিষ্ট শ্বেয়াৰ কৰিছিল সুশান্তে

  • My 50 DREAMS & counting...! 😉
    ————————
    1. Learn how to Fly a Plane ✈️ 2. Train for IronMan triathlon 🏃🏻‍♂️
    3. Play a Cricket Match left-handed 🏏
    4. Learn Morse Code _.. 5. Help kids learn about Space. 🌌
    6. Play tennis with a Champion 🎾
    7. Do a Four Clap 👏 Push-Up ! (1/6) ... pic.twitter.com/8HDqlTNmb6

    — Sushant Singh Rajput (@itsSSR) September 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

সুশান্ত সিং ৰাজপুতে বহু ডাঙৰ ডাঙৰ সপোন দেখিছিল আৰু সেইবোৰ পূৰণৰ বাবে অক্লান্তভাৱে কাম কৰিছিল । এই সপোনবোৰৰ এখন হাতে লিখা তালিকাও প্ৰস্তুত কৰিছিল । যিটো অভিনেতাগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টতো শ্বেয়াৰ কৰিছিল । অভিনেতাগৰাকীয়ে টুইটাৰত হাতেৰে লিখা টোকাত ৫০ টা সপোনৰ বাকেট লিষ্ট শ্বেয়াৰ কৰিছিল । এই তালিকাত জাহাজ উৰুৱাবলৈ শিকাৰ পৰা আৰম্ভ কৰি গছ ৰোপণ আৰু মহিলাক আত্মৰক্ষাৰ বাবে প্ৰস্তুত কৰালৈকে বহুতো গুৰুত্বপূৰ্ণ কথা সন্নিবিষ্ট কৰা হৈছিল ।

50 টা সপোনৰ ভিতৰত 11 টা সপোন পূৰ কৰিছিল সুশান্তে

  • 8. Chart trajectories of Moon, Mars, Jupiter & Saturn for a week
    9. Dive in a Blue-hole
    10. Perform the Double-Slit experiment
    11. Plant 1000 Trees
    12. Spend an evening in my Delhi College of Engineering hostel
    13. Send 💯 KIDS for workshops in ISRO/ NASA
    14. Meditate in Kailash pic.twitter.com/x4jVGp4UJS

    — Sushant Singh Rajput (@itsSSR) September 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

- বিমান উৰুৱা শিকা

- আইৰণ মেনৰ বাবে প্ৰশিক্ষণ লোৱা

- বাওঁহাতেৰে ক্ৰিকেট মেচ খেলা

- CERN লৈ যোৱা

- ধনুৰ্বিদ হোৱা

- চেনোটত সাঁতুৰাৰ থকাৰ সপোন

  • 15. Play Poker with a Champ
    16. Write a Book
    17. Visit CERN
    18. Paint aurora borealis
    19. Attend another NASA workshop
    20. 6 pack abs in 6 months
    21. Swim in Cenotes
    22. Teach Coding to visually impaired
    23. Spend a Week in a Jungle
    24. Understand Vedic Astrology
    25. Disneyland pic.twitter.com/SImtmgMAcm

    — Sushant Singh Rajput (@itsSSR) September 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

- নিজা কলেজত এটা সন্ধিয়া কটোৱা

- শক্তিশালী টেলিস্কোপৰ জৰিয়তে এণ্ড্ৰমেডাক চোৱা

- ব্লু হোলত গৈ সাঁতুৰা

- ডিজনীলেণ্ড পাৰ্কলৈ যোৱা

আধৰুৱা হৈ থাকি গ’ল ৩৯ টা সপোন

  • 15. Play Poker with a Champ
    16. Write a Book
    17. Visit CERN
    18. Paint aurora borealis
    19. Attend another NASA workshop
    20. 6 pack abs in 6 months
    21. Swim in Cenotes
    22. Teach Coding to visually impaired
    23. Spend a Week in a Jungle
    24. Understand Vedic Astrology
    25. Disneyland pic.twitter.com/SImtmgMAcm

    — Sushant Singh Rajput (@itsSSR) September 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

- মৰ্চ ক'ড শিকি থকা

- শিশুসকলক মহাকাশৰ বিষয়ে শিকিবলৈ সহায় কৰা

- টেনিছ চেম্পিয়নৰ সৈতে এখন মেচ খেলিব বিচাৰিছিল

- ফ্ল'ৰ ক্লাপ পুচআপ কৰা

- এসপ্তাহ চন্দ্ৰ, মংগল, বৃহস্পতি আৰু শনি গ্ৰহক ঘূৰি ফুৰা চোৱা

- ডাবল স্লিট পৰীক্ষা এবাৰ কৰি চোৱা

- হাজাৰ গছ ৰোপণৰ সপোন

  • 26. Visit LIGO. 🌇
    27. Raise a horse 🐎
    28. Learn at least 10 Dance forms 🕺🏾🕺🏾
    29. Work for Free Education 📚
    30. Explore Andromeda with a Powerful Telescope 🔭
    31. Learn KRIYA Yoga 🧘‍♂️
    32. Visit Antarctica 🇦🇶 33. Help train Women in Self-defense 🥋
    34. Shoot an Active Volcano 🌋 pic.twitter.com/iKSZsFv206

    — Sushant Singh Rajput (@itsSSR) September 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

- ১০০ টি শিশুক নাছাৰ কৰ্মশালালৈ পঠোৱা

– কৈলাশত ধ্যান কৰাৰ সপোন

– চেম্পিয়নৰ সৈতে পকাৰ খেলাৰ সপোন

- কিতাপ লিখা

- পোলাৰ লাইটচাই থাকোতে পেইণ্টিং কৰা

- নাছাৰ আন এখন কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সপোন

- ছমাহৰ ভিতৰত ছিক্স পেক এবছ বনোৱা

- অন্ধ ব্যক্তিক ক'ডিং শিকোৱা

- জংঘলত এসপ্তাহ কটোৱাৰ সপোন

– বৈদিক জ্যোতিশাস্ত্ৰক বুজি পোৱা

- লিগোৰ লেব ভ্ৰমণ কৰা

- ঘোঁৰা পালন কৰা

- দহ ধৰণৰ নৃত্যৰ ৰূপ শিকিব বিচাৰিছিল

- বিনামূলীয়া শিক্ষাৰ বাবে কাম কৰা

- ক্ৰিয়া যোগ শিক্ষণ

  • Learn how to Farm
    36. Teach dance to kids
    37. Be an Ambidextrous Archer
    38. Finish reading the entire Resnick - Halliday physics book
    39. Understand Polynesian astronomy
    40. Learn Guitar Chords of my fav. 50 songs
    41. Play Chess with a Champion
    42. Own a Lamborghini pic.twitter.com/bnVoLcFaij

    — Sushant Singh Rajput (@itsSSR) September 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

- আত্মৰক্ষা প্ৰশিক্ষণৰ বাবে মহিলাসকলক সহায় কৰা

- এটা সক্ৰিয় আগ্নেয়গিৰি কেমেৰাত বন্দী কৰাৰ সপোন

- খেতি কৰা শিকা

– ডেডছ ডান্স ফৰ্ম শিকা

- ৰেছনিক-হেলিডেৰ বিখ্যাত ভৌতিক কিতাপখন পঢ়া

– পলিনেছিয়ান জ্যোতিৰ্বিজ্ঞান বুজি পোৱা

- নিজৰ ৫০ টা গীত গীটাৰত বজাবলৈ শিকা

- চেম্পিয়নৰ সৈতে দবা খেলা

- লেমবৰ্গিনি ক্ৰয় কৰা

- ভিয়েনাৰ ছেইণ্ট ষ্টিফেনছ কেথেড্ৰেল ভ্ৰমণ

  • 43 Visit St.Stephen’s Cathedral in Vienna
    44 Perform experiments of Cymatics
    45 Help prepare students for Indian Defence Forces
    46 Make a documentary on Swami Vivekananda
    47 Learn to Surf
    48 Work in AI & exponential
    technologies
    49 Learn Capoeira
    50 Travel through Europe by train pic.twitter.com/PiSF7Gtayl

    — Sushant Singh Rajput (@itsSSR) September 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

- ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ বাবে শিশুক প্ৰস্তুত কৰা

- স্বামী বিবেকানন্দৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা

- চাৰ্ফিং কৰিবলৈ যোৱা

- কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত কাম কৰা

- ব্রাজিলিয়ান নৃত্য আৰু যুদ্ধ কলাৰ ধৰণ শিক্ষণ

- ৰে’লযোগে সমগ্ৰ ইউৰোপ ভ্ৰমণ কৰা

লগতে পঢ়ক: Kazan Khan Passes Away: মালয়ালম ছবিত খলনায়কৰ ৰূপত পৰিচিত অভিনেতা কাজান খান আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.