ETV Bharat / city

আমগুৰিত ধুমুহাত ক্ষতিগ্ৰস্তলৈ ত্ৰিপাল প্ৰদান

author img

By

Published : May 12, 2021, 10:49 PM IST

শিৱসাগৰ জিলাৰ দিখৌমুখত ধুমুহাত ক্ষতিগ্ৰস্ত লোকক সাহায্য বিতৰণ ৷ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ তৎপৰতাত বিতৰণ কৰা হয় এই সাহায্য ৷

ধুমুহাত ক্ষতিগ্ৰস্থলৈ সাহায্য বিতৰণ আমগুৰিৰ বিধায়কৰ
ধুমুহাত ক্ষতিগ্ৰস্থলৈ সাহায্য বিতৰণ আমগুৰিৰ বিধায়কৰ

আমগুৰি,১২ মে': শিৱসাগৰ জিলাৰ দিখৌমুখত ধুমুহাত ক্ষতিগ্ৰস্ত লোকক সাহায্য বিতৰণ ৷ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ তৎপৰতাত বিতৰণ কৰা হয় এই সাহায্য ৷ প্ৰচণ্ড ধুমুহাত দিখৌমুখ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২৭ টাকৈ পৰিয়ালৰ বাসগৃহ ক্ষতিগ্ৰস্ত হৈছিল ৷

ধুমুহাত ক্ষতিগ্ৰস্থলৈ সাহায্য বিতৰণ আমগুৰিৰ বিধায়কৰ
ধুমুহাত ক্ষতিগ্ৰস্থলৈ সাহায্য বিতৰণ আমগুৰিৰ বিধায়কৰ

সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই জিলা প্ৰশাসনৰ লগত আলোচনা কৰি অধিক ক্ষতিগ্ৰস্ত ১৩ টি পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে ৷

ধুমুহাত ক্ষতিগ্ৰস্থলৈ সাহায্য বিতৰণ আমগুৰিৰ বিধায়কৰ
আমগুৰিত ধুমুহাত ক্ষতিগ্ৰস্তলৈ ত্ৰিপাল প্ৰদান

জিলা প্ৰশাসনৰ তৰফৰ পৰা মণ্ডল, গাওঁবুঢ়া আৰু দিখৌমুখ গাওঁ পঞ্চায়তৰ সভাপতি অভিজিত মিলিৰ উপস্থিতিত একোখনকৈ ত্ৰিপাল বিতৰণ কৰে ৰাইজৰ মাজত ৷

ধুমুহাত ক্ষতিগ্ৰস্থলৈ সাহায্য বিতৰণ আমগুৰিৰ বিধায়কৰ
আমগুৰিত ধুমুহাত ক্ষতিগ্ৰস্তলৈ ত্ৰিপাল প্ৰদান

লগতে পঢ়ক : হোমেন বৰগোহাঞিৰ মৃত্যু: শোক প্ৰকাশ বাক্সাৰ সাংবাদিক সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.