ETV Bharat / city

অশ্লীল ভিডিঅ’ আপলোড কৰি গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক

author img

By

Published : Jul 2, 2020, 11:31 PM IST

Updated : Jul 3, 2020, 6:46 AM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: হৰিশ্চন্দ্ৰ মহন্তৰ এজাহাৰ ভিত্তিতেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীক ।

Dibrugarh University Professor Arrested
অশ্লীল ভিডিঅ’ আপলোড কৰি গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক

ডিব্ৰুগড়, 2 জুলাই : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীৰ নিলৰ্জ কাণ্ড ৷ নিজৰ অশ্লীল ভিডিঅ' পৰ্ণ ছাইটত আপলোড কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰী ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: হৰিশ্চন্দ্ৰ মহন্তৰ এজাহাৰৰ ভিত্তিতেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গণিত বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীক ।

জানিব পৰা মতে, এগৰাকী যুৱতীৰ সৈতে অন্তৰংগ মুহূৰ্তৰ অশ্লীল ভিডিঅ' পৰ্ণ চাইটত আপলোড কৰাৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ডিব্ৰুগড় আৰক্ষীয়ে 1044/20 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি অধ্যাপকজনক জেৰা অব্যাহত ৰাখিছে ।

লগতে চাওক-দলৰ ভিতৰৰ পৰাই নেপালৰ প্ৰধানমন্ত্ৰীলৈ আহিছে প্ৰত্যাহ্বান

Last Updated : Jul 3, 2020, 6:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.