ETV Bharat / briefs

ঢেকীয়াজুলিত কম্পিউটাৰ কেন্দ্ৰ উদ্বোধন

author img

By

Published : Apr 26, 2019, 12:35 PM IST

ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত ২০ অসম ৰাইফলছৰ উদ্যোগত আৰু ৰেড হৰ্ণ বিভাগৰ ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত উদ্বোধন কৰা হয় এটা কম্পিউটাৰ কেন্দ্ৰ ৷

ঢেকীয়াজুলিত কম্পিউটাৰ কেন্দ্ৰ উদ্ধোধন

ঢেকীয়াজুলি,২৬ এপ্ৰিল : শুকুৰবাৰে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত উদ্বোধন কৰা হয় এখন কম্পিউটাৰ কেন্দ্ৰ । ২০ অসম ৰাইফলছ আৰু ৰেড হৰ্ণ বিভাগৰ ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত অ' পি সদভাৱনা নামৰ এখন অনুষ্ঠানৰ আয়োজন কৰি কম্পিউটাৰ কেন্দ্ৰটো উদ্বোধন কৰা হয় । অনুষ্ঠানখনত উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ,মেজৰ জেনেৰেল সঞ্জীৱ ক্ষেত্ৰী (VSM),কমাণ্ডিং ২১ মাউন্টেইন ডিভিজনৰ জেনেৰেল বিষয়া আৰু লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ,অধ্যাপক- অধ্যাপিকাৰ লগতে মহাবিদ্যালয়খনৰ বহু ছাত্ৰ-ছাত্ৰী ।

ঢেকীয়াজুলিত কম্পিউটাৰ কেন্দ্ৰ উদ্ধোধন

উল্লেখযোগ্য যে, তথ্য আৰু প্ৰযুক্তিৰ দিনত ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান বৃদ্ধিৰ লগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকেও যাতে কম্পিউটাৰ ব্যৱহাৰ কৰি উপকাৰ হ'ব পাৰে তাৰ বাবেই কম্পিউটাৰ কেন্দ্ৰটো খোলা হয় ।

Intro:ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত কম্পিউটাৰ কেন্দ্ৰ উদ্ধোধন ।

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত এটি কম্পিউটাৰ কেন্দ্ৰ মুকলি কৰা হয়।উল্লেখ যোগ্য যে ২০ অসম ৰাইফলছৰ উদ্যোগত আৰু ৰেড হৰ্ণ বিভাগৰ ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা আয়োজিত অ' পি সদভাৱনা অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ,শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ লগতে মেজৰ জেনেৰেল সনজিব ক্ষেত্ৰি (VSM), কমাণ্ডিং ২১ মাউন্টেইন ডিভিজনৰ জেনেৰেল বিষয়া ,লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক - অধ্যাপিকাৰ লগতে মহাবিদ্যালয়খনৰ বহু ছাত্ৰ - ছাত্ৰী।
অমল নাথ, ঢেকিয়াজুলি ।Body:ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত কম্পিউটাৰ কেন্দ্ৰ উদ্ধোধন ।

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত এটি কম্পিউটাৰ কেন্দ্ৰ মুকলি কৰা হয়।উল্লেখ যোগ্য যে ২০ অসম ৰাইফলছৰ উদ্যোগত আৰু ৰেড হৰ্ণ বিভাগৰ ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা আয়োজিত অ' পি সদভাৱনা অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ,শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ লগতে মেজৰ জেনেৰেল সনজিব ক্ষেত্ৰি (VSM), কমাণ্ডিং ২১ মাউন্টেইন ডিভিজনৰ জেনেৰেল বিষয়া ,লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক - অধ্যাপিকাৰ লগতে মহাবিদ্যালয়খনৰ বহু ছাত্ৰ - ছাত্ৰী।
অমল নাথ, ঢেকিয়াজুলি ।Conclusion:ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত কম্পিউটাৰ কেন্দ্ৰ উদ্ধোধন ।

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত এটি কম্পিউটাৰ কেন্দ্ৰ মুকলি কৰা হয়।উল্লেখ যোগ্য যে ২০ অসম ৰাইফলছৰ উদ্যোগত আৰু ৰেড হৰ্ণ বিভাগৰ ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা আয়োজিত অ' পি সদভাৱনা অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ,শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ লগতে মেজৰ জেনেৰেল সনজিব ক্ষেত্ৰি (VSM), কমাণ্ডিং ২১ মাউন্টেইন ডিভিজনৰ জেনেৰেল বিষয়া ,লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক - অধ্যাপিকাৰ লগতে মহাবিদ্যালয়খনৰ বহু ছাত্ৰ - ছাত্ৰী।
অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.