ETV Bharat / briefs

গালৱান ভেলীৰ ওপৰত নিজ সাৰ্বভৌমত্বৰ দাবী চীনৰ

author img

By

Published : Jun 17, 2020, 4:06 PM IST

পূৱ লাডাখত ভাৰত-চীনৰ সেনাসকলৰ মাজত হোৱা সংঘৰ্ষ হৈছে চীনে সীমাৰ ক্ষেত্ৰভূমি নিজৰ ফলীয়া কৰাৰ এক প্ৰয়াস । এই সংঘৰ্ষত দুয়োপক্ষৰ সেনা আঘাতপ্ৰাপ্ত হৈছে । গতিকে ভাৰত-চীনৰ মাজৰ চুক্তি শিথিল কৰিব পৰা যাব । ইয়াৰ পূৰ্বে উচ্চস্তৰীয় বৈঠকত বিচাৰ-বিবেচনাৰ বাবে চীনৰ ফালৰ পৰা তদন্ত কৰা হৈছিল । বিদেশ মন্ত্ৰণালয়ে মঙলবাৰে সদৰী কৰে এই কথা ।

গালৱান ভেলীৰ ওপৰত নিজ সাৰ্বভৌমত্বৰ দাবী চীনৰ
গালৱান ভেলীৰ ওপৰত নিজ সাৰ্বভৌমত্বৰ দাবী চীনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ জুন: পূৱ লাডাখৰ গালৱান ভেলীত চীনৰ আধিপত্য পূৰ্বৰে পৰাই আছিল । বুধবাৰে চীনৰ ৰাজনৈতিক বিষয়ববীয়াই সদৰী কৰে এই কথা ।

গালৱান ভেলীৰ ওপৰত নিজ সাৰ্বভৌমত্বৰ দাবী চীনৰ
গালৱান ভেলীৰ ওপৰত নিজ সাৰ্বভৌমত্বৰ দাবী চীনৰ

বিদেশ মন্ত্ৰণালয়ে মঙলবাৰে সদৰী কৰা মতে, পূৱ লাডাখত ভাৰত-চীনৰ সেনাসকলৰ মাজত হোৱা সংঘৰ্ষ হৈছে চীনে সীমাৰ ক্ষেত্ৰভূমি নিজৰ ফলীয়া কৰাৰ এক প্ৰয়াস । এই সংঘৰ্ষত দুয়োপক্ষৰ সেনা আঘাতপ্ৰাপ্ত হৈছে । গতিকে ভাৰত-চীনৰ মাজৰ চুক্তি শিথিল কৰিব পৰা যাব । ইয়াৰ পূৰ্বে উচ্চস্তৰীয় বৈঠকত বিচাৰ-বিবেচনাৰ বাবে চীনৰ ফালৰ পৰা তদন্ত কৰা হৈছিল।

চীনা বিদেশ মন্ত্ৰণালয়ৰ এক ব্ৰিফিঙত মুখপাত্ৰ ঝাও লিজিয়ানে সোমবাৰে নিশা গালৱান ভেলীত হোৱা সংঘৰ্ষত ৪৩ জন চীনা সেনাৰ মৃত্যু হোৱা প্ৰতিবেদনত মন্তব্য দিয়াৰ পৰা বিৰত থাকে । তেওঁ কয় যে,সীমাত সংঘটিত হোৱা ঘটনাৰ মোকাবিলা কৰি থকা হৈছে । ভাৰত-চীনৰ সীমান্তৱৰ্তী সেনাসকলে যৌথভাৱে প্ৰাথমিক বিষয়টোৰ ওপৰত মোকাবিলা কৰিবলৈ আগবাঢ়িছে । ভাৰত-চীন এই পৰিস্থিতি সম্পৰ্কে দুয়োপক্ষৰ কূটনৈতিক আৰু সামৰিক চেনেলৰ জৰিয়তে সমাধানৰ হেতু দুয়োপক্ষৰ চেনেলৰ মাজত ঘনিষ্ঠতা স্থাপন কৰা হৈছে । সমগ্ৰ সীমাৰ পৰিস্থিতি বৰ্তমান স্থিৰ আৰু নিয়ন্ত্ৰণৰ মাজত আছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: দেশৰ সকলো স্বাস্থ্যকৰ্মীক সময়মতে বেতন দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.